উত্তৰ কোৰিয়া
From Wikipedia, the free encyclopedia
উত্তৰ কোৰিয়া (ইংৰাজী: North Korea) উত্তৰ-পূৰ্ব এছিয়াৰ এখন ৰাষ্ট্ৰ যি কোৰিয়া উপদ্বীপৰ উত্তৰ অৰ্ধাংশকলৈ গঠিত। ইয়াৰ চৰকাৰী নাম হৈছে গণতান্ত্ৰিক প্ৰজাতন্ত্ৰী কোৰিয়া (কোৰীয়: 조선민주주의인민공화국, চোছন্ মিন্জুজুই্যই ইন্মিন্ কোংহুয়াগুক্)। উত্তৰ কোৰিয়াৰ উত্তৰে গণচীন, উত্তৰ-পূৰ্বে ৰাছিয়া, পূৰ্বে জাপান সাগৰ, দক্ষিণে দক্ষিণ কোৰিয়া আৰু পশ্চিমে পীতসাগৰ অবস্থিত। দেশখনৰ আয়তন ১,২০,৫৩৮ বৰ্গকিলোমিটাৰ। উত্তৰ কোৰিয়া ৰাষ্ট্ৰখন ১৯৪৮ চনত প্ৰতিষ্ঠা লাভ কৰে। তেতিয়া দ্বিতীয় বিশ্বযুদ্ধ শেষত ছ'ভিয়েট সামৰিক বাহিনী কোৰীয় উপদ্বীপৰ অৰ্ধাংশ নিয়ন্ত্ৰণ কৰিছিল। ১৯৫০ৰ দশকৰ কোৰীয় যুদ্ধৰ পিছৰ পৰা ই সমাজতান্ত্ৰিক শাসনৰ অধীনত আছে। উত্তৰ কোৰিয়াৰ ৰাজধানী তথা বৃহত্তম চহৰৰ নাম পিয়ং ইয়াং। উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া মাজত অবস্থিত কোৰীয় সেনামুক্ত অঞ্চল। আম্নোক নদী আৰু তুমাননদী উত্তৰ কোৰিয়া আৰু গণচীনৰ মধ্যবৰ্তী সীমান্তত অবস্থিত। তুমান নদীৰ এটি অংশ একেবাৰে উত্তৰ-পূৰ্ব অংশত ৰাছিয়া সীমান্ত আছে।[4]
গণতান্ত্ৰিক প্ৰজাতন্ত্ৰী কোৰিয়া | ||||||
---|---|---|---|---|---|---|
নীতিবাক্য
|
||||||
ৰাষ্ট্ৰীয় সঙ্গীত
|
||||||
গণতান্ত্ৰিক প্ৰজাতন্ত্ৰী কোৰিয়াৰ শাসনক থকা অংশ সেউজীয়া ৰঙেৰে দেখুওৱা হৈছে
|
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | পিয়ং ইয়াং 39°2′N 125°45′E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | কোৰীয় | |||||
চৰকাৰী লিপি | Chosŏn'gŭl | |||||
জাতীয়তাসূচক বিশেষণ |
|
|||||
মাটিকালি | ||||||
- | মুঠ | ১,২০,৫৪০ বৰ্গ কিমি (98th) ৪৬,৫২৮ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ৪.৮৭ (৫,৮৭০ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | 2013 আনুমানিক | ২,৪৮,৯৫,০০০ (৪৮th) | ||||
- | ২০১১ লোকপিয়ল | ২,৪০,৫২,২৩১'"`UNIQ--ref-০০০০০০০০-QINU`"' | ||||
জিডিপি (পিপিপি) | 2011 আনুমানিক | |||||
- | মুঠ | $40 billion[1] | ||||
- | জনমুৰি | $1,800[1] | ||||
জিডিপি (নামমাত্ৰ) | 2013 আনুমানিক | |||||
- | মুঠ | $15,4 billion[2] | ||||
- | জনমুৰি | $621[2] | ||||
মানৱ উন্নয়ন সূচক (1995) | 0.766 (75th) | |||||
মুদ্ৰা | উত্তৰ কোৰিয়ান ৱন (₩) (KPW ) |
|||||
সময় অঞ্চল | পিয়ং ইয়াং সময়[3] (ইউটিচি+৮:৩০) | |||||
তাৰিখ বিন্যাস |
|
|||||
গাড়ী চলোৱা হয় | সোঁফালে | |||||
ইণ্টাৰনেট টিএলডি | .kp | |||||
কলিং ক'ড | ++৮৫০ |