উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য
From Wikipedia, the free encyclopedia
উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য (ইংৰাজী:
North Karbi Anglong Wildlife Sanctuaries ) অসমৰ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে অৱস্থিত আৰু সেয়ে জীৱ-জন্তুৰ পৰিভ্ৰমণৰ দিশৰ পৰা ইয়াৰ গুৰুত্ব অপৰিসীম।
ক্ষিপ্ৰ তথ্য উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য ( North Karbi Anglong Wildlife Sanctuaries (Proposed)), অৱস্থান ...
উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য ( North Karbi Anglong Wildlife Sanctuaries (Proposed)) | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল) | |
অৱস্থান | অসম, ভাৰত |
কৰ্তৃপক্ষ | Department of Environment & Forests, Assam |
বন্ধ কৰক