![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/41/Uttarkashi_in_Uttarakhand_%2528India%2529.svg/langas-640px-Uttarkashi_in_Uttarakhand_%2528India%2529.svg.png&w=640&q=50)
উত্তৰকাশী জিলা
ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ জিলা / From Wikipedia, the free encyclopedia
উত্তৰকাশী জিলা উত্তৰ ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ গড়ৱল সংমণ্ডলৰ অন্তৰ্গত এখন জিলা। উত্তৰকাশী নগৰ এই জিলাৰ সদৰ ঠাই। বাৰকোট, ডুণ্ডা, ভাটৱাড়ী, চিন্যালী চৌৰ, পাৰোলা আৰু মোৰী এই জিলাৰ তহচিল।
ক্ষিপ্ৰ তথ্য উত্তৰকাশী জিলা উত্তৰ কাশী, বাৰাহাট, দেশ ...
উত্তৰকাশী জিলা উত্তৰ কাশী, বাৰাহাট |
|
---|---|
— জিলা — | |
অন্য নাম: UKI | |
![]() |
|
দেশ | ![]() |
ৰাজ্য | উত্তৰাখণ্ড |
সংমণ্ডল | গড়ৱল |
সদৰ | উত্তৰকাশী |
মাটিকালি1451 km2claimed by China | |
- মুঠ | ৮,০১৬ কি.মি.২ (৩,০৯৫ বৰ্গ মাইল) |
জনসংখ্যা | |
- মুঠ | ৩,৩০,০৮৬ জন |
- জনঘনত্ব | ৪১ প্ৰতি বৰ্গ কি.মি. (১০৬.২ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
যানবাহনৰ নম্বৰ | UK |
ৱেবছাইট | uttarkashi |
বন্ধ কৰক
উত্তৰকাশী জিলা হিমালয় পৰ্বতমালাত অৱস্থিত। এই জিলাৰ অন্তৰ্গত গংগোত্ৰীৰ পৰা গংগা নদী আৰু যমুনোত্ৰীৰ পৰা যমুনা নদীৰ উৎপত্তি ঘটে। এই জিলাত কেইবাটাও মঠ-মন্দিৰ আছে যিয়ে হাজাৰ হাজাৰ তীৰ্থযাত্ৰীক আকৰ্ষিত কৰে। এই জিলাৰ উত্তৰে হিমাচল প্ৰদেশ, উত্তৰ-পূবত তিব্বত, পূবে চামোলী জিলা, দক্ষিণ-পূবত ৰুদ্ৰপ্ৰয়াগ জিলা, দক্ষিণে তেহৰী গড়ৱাল জিলা আৰু পশ্চিমে দেৰাডুন জিলা অৱস্থিত।