উজনি ছিয়াং জিলা
From Wikipedia, the free encyclopedia
উজনি ছিয়াং জিলা (Upper Siang, Pron:/ˈsjæŋ or ˈsɪæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা। দেশৰ ৬৪০খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা উজনি ছিয়াং অন্তিম চতুৰ্থখন জিলা।[2] এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ।
ক্ষিপ্ৰ তথ্য উজনি ছিয়াং জিলা, দেশ ...
উজনি ছিয়াং জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
অৰুণাচল প্ৰদেশত উজনি ছিয়াংৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
সদৰ | ইংকিয়ং |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পূব |
- বিধানসভা সমষ্টি | ২খন (টুটিং-ইংকিয়ং আৰু মাৰিয়াং-গেকু) |
মাটিকালি | |
- মুঠ | ৬,১৮৮ কি.মি.২ (২,৩৮৯.২ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৩৫,২৮৯ জন |
- জনঘনত্ব | ৫.৭ প্ৰতি বৰ্গ কি.মি. (১৪.৮ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৫৯.৯৪%[1] |
- লিংগ অনুপাত | ৮৯১[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 28.61037°N 95.047531°E / 28.61037; 95.047531 |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক