ইলোৰা বিজ্ঞান মঞ্চ
অলাভজনক বেচৰকাৰী সংস্থা / From Wikipedia, the free encyclopedia
ইলোৰা বিজ্ঞান মঞ্চ (ইংৰাজী: Ellora Vigyan Mancha) অসমত বৈজ্ঞানিক দৃষ্টিভংগী বিয়পাই অন্ধ বিশ্বাসৰ বিৰুদ্ধে যুঁজিবলৈ আৰু স্বাস্থ্য সজাগতা, জলবায়ু পৰিৱৰ্তনৰ বাবে অভিযান আৰু আন্দোলন আৰম্ভ কৰিবলৈ প্ৰতিষ্ঠা কৰা এক অলাভজনক, বেচৰকাৰী সংস্থা।[2][3] ২০০৪ চনৰ ১৫ মে' তাৰিখে ইলোৰা বিজ্ঞান মঞ্চ প্ৰতিষ্ঠা কৰা হৈছিল। ৰক্তদান, নেত্ৰদান, অন্যান্য মানৱ অংগদান, ট্ৰান্সফিউজন, প্ৰতিষ্ঠাপন বা চিকিৎসা গৱেষণাৰ বাবে মৃত্যুৰ পিছত দেহদানক উৎসাহিত কৰা আৰু নিস্বাৰ্থ মানৱীয় সেৱাৰ জৰিয়তে মানুহৰ মাজত ভ্ৰাতৃত্ববোধৰ ভাৱ জগাই তোলা ইলোৰা বিজ্ঞান মঞ্চৰ মূল উদ্দেশ্য।[4]
ক্ষিপ্ৰ তথ্য ইলোৰা বিজ্ঞান মঞ্চ, চমু নাম ...
ইলোৰা বিজ্ঞান মঞ্চ | |
---|---|
চমু নাম | EVM |
প্ৰতিষ্ঠা | ১৫ মে' ২০০৪ (২০ বছৰ আগত) (2004-05-15) |
উদ্দেশ্য |
|
প্ৰধান কাৰ্যালয় | গুৱাহাটী, অসম |
ভুক্তি | অল ইণ্ডিয়া পিপলছ ছায়েন্স নেটৱৰ্ক (AIPSN) |
ৱেবছাইট | www |
বন্ধ কৰক