ইমানুৱেল কান্ট
From Wikipedia, the free encyclopedia
'ইমানুৱেল কাণ্ট (২২ এপ্ৰিল, ১৭২৪ - ১২ ফেব্ৰুৱাৰী, ১৮০৪) ১৮ শতিকাৰ এজন বিখ্যাত জাৰ্মান দাৰ্শনিক। কাণ্টৰ জন্ম হৈছিল কনিগছবাৰ্গত, যিটো বৰ্তমান ৰাছিয়াৰ অংশ। কাণ্টক আধুনিক ইউৰোপৰ অন্যতম প্ৰভাৱশালী চিন্তাবিদ হিচাপে গণ্য কৰা হয়। তেওঁৰ "Critique of Pure Reason" (১৭৮১) নামৰ গ্ৰন্থখনৰ বাবে জনপ্ৰিয়। [1]
ক্ষিপ্ৰ তথ্য সম্পূৰ্ণ নাম, জন্ম ...
ইমানুৱেল কাণ্ট, ১৭৬৮ | |
সম্পূৰ্ণ নাম | ইমানুৱেল কাণ্ট |
---|---|
জন্ম | ২২ এপ্ৰিল, ১৭২৪ Königsberg, Kingdom of Prussia |
মৃত্যু | ১২ ফেব্ৰুৱাৰী, ১৮০৪ (৭৯ বছৰ) Königsberg, East Prussia, Kingdom of Prussia |
বন্ধ কৰক