![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/6/63/Arunachal_Pradesh_locator_map.svg/langas-640px-Arunachal_Pradesh_locator_map.svg.png&w=640&q=50)
ইটানগৰ
From Wikipedia, the free encyclopedia
ইটানগৰ (ইংৰাজী: Itanagar শুনক (সহায়·তথ্য)) হৈছে ভাৰতবৰ্ষৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী। ই হিমালয়ৰ নামনি অংশত অৱস্থিত।
ক্ষিপ্ৰ তথ্য
ইটানগৰ | |||||
— চহৰ — | |||||
স্থানাঙ্ক | 27°06′00″N 93°37′12″E | ||||
দেশ | ![]() | ||||
ৰাজ্য | অৰুণাচল প্ৰদেশ | ||||
জিলা | পাপুমপাৰে | ||||
উপায়ুক্ত | |||||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||||
মাটিকালি • উচ্চতা |
• 750 m (2,461 ft) | ||||
ক'ড
|
বন্ধ কৰক
অৰুণাচলৰ ৰাজধানী হিচাপে সমগ্ৰ ভাৰতৰ লগত বিমান আৰু পথৰ দ্বাৰা ইটানগৰলৈ পৰিবহণৰ সু-ব্যৱস্থা আছে। গুৱাহাটীৰপৰা নাহৰলগুন (ইটানগৰ)লৈ নিয়মীয়াকৈ হেলিকপ্তাৰ চলাচল কৰে। গুৱাহাটীৰপৰা ইয়ালৈ নিয়মিতভাৱে বাছ চলাচল কৰে। ইটানগৰৰ নিকটতম ৰেল ষ্টেচন নাহৰলগুনত অৱস্থিত।