ইকেবানা
পৰম্পৰাগত জাপানী ফুলৰ সজ্জা / From Wikipedia, the free encyclopedia
[[File:挿花百規-11.jpg|thumb|{{transliteration|ja|১৮২০ চনৰ চিত্ৰ]]
ইকেবানা (生け花, 活け花) হৈছে জাপানী পুষ্পসজ্জাৰ কলা।[1][2] ইয়াক কাডো (華道, বুলিও কোৱা হয়। ইকেবানাৰ উৎপত্তিৰ বিষয়ে জাপানীসকলৰ প্ৰাচীন প্ৰথাৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁলোকে চিৰসেউজ গছ স্থাপন কৰি দেৱতাক আমন্ত্ৰণ কৰিবলৈ যোৰিছিৰো (依代 ) হিচাপে ফুলেৰে সজাই তোলে।
পিছলৈ ইয়াৰ পৰিৱৰ্তে ফুলৰ সজ্জা ব্যৱহাৰ কৰি পৰম্পৰাগত জাপানী ঘৰৰ চৌহদত শোভা বঢ়াবলৈ আৰম্ভ কৰা হয়।।
ধূপ আৰু চাহ অনুষ্ঠানৰ বাবে সুগন্ধি সঞ্চাৰৰৰ সৈতে ইকেবানাক তিনিটা ধ্ৰুপদী জাপানী পৰিশোধনৰ কলাৰ অন্যতম হিচাপে গণ্য কৰা হয়।