ডেবিয়ান-ভিত্তিক লিনাক্স কাৰ্য্যকৰপ্ৰণালী From Wikipedia, the free encyclopedia
ইউবাণ্টু (ইংৰাজী: Ubuntu; উচ্চাৰণ:/ʊˈbʊntuː/[6][7]) হৈছে ডেবিয়ান ডিষ্ট্ৰীবিউশ্যন বা সংকলনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এক কম্পিউটাৰ অপাৰেটিং চিষ্টেম, যাক বিনামূলীয়া আৰু মুকলি উৎস চফ্টৱেৰ ৰূপে বিতৰণ কৰা হয়। এই অপাৰেটিং চিষ্টেমটোক দক্ষিণ আফ্ৰিকীয় এক প্ৰচলিত প্ৰবাদ ইউবাণ্টু-ৰ পৰা নামকৰণ কৰা হৈছে। এই শব্দৰ অৰ্থ হ’ল "অন্যজনৰ বাবে মানৱতা"৷[8] ইউবাণ্টুক মূলতঃ ব্যক্তিগত কম্পিউটাৰৰ উদেশ্যে নিৰ্মাণ কৰা হৈছে যদিও ইয়াৰ এক চাৰ্ভাৰ সংকলনো পোৱা যায়।
ইউবাণ্টু ১১.১০ (অনেৰিক অচেলট্) | |
কোম্পানী / বিকাশক | কেননিকেল লিমিটেড / ইউবাণ্টু ফাউণ্ডেচন |
---|---|
OS পৰিয়াল | ইউনিক্সৰ দৰে |
কাৰ্যৱস্থা | বৰ্তমান |
উৎস মডেল | বিনামূলীয়া আৰু মুকলি উৎস চফ্টৱেৰ (ব্যতিক্ৰমৰ সৈতে)[1][2] |
প্ৰাৰম্ভিক মুক্তি | অক্টোবৰ ২০, ২০০৪ |
অন্তিম স্থায়ী মুক্তি | ১১.১০ (অনেৰিক অচেলট্) / অক্টোবৰ ১৩, ২০১১[3] |
উপলভ্য প্ৰাকৃতিক ভাষা | বহুভাষী (৫৫টাতকৈ বেছি) |
আপডেট পদ্ধতি | ATP (ফ্ৰণ্ট-এণ্ড উপলভ্য) |
পেকেজ ব্যৱস্থাপক | dpkg (ফ্ৰণ্ট-এণ্ড উপলভ্য) |
সমৰ্থিত প্লেটফৰ্ম | i386, AMD64, ARM[4][5] |
কাৰ্ণেলৰ প্ৰকাৰ | লীনাক্স (মনোলিথিক) |
ইউজাৰলেণ্ড | GNU |
অবিকল্পিত ব্যৱহাৰকৰ্তাৰ ইণ্টাৰফেচ | ৪.১০ৰ পৰা ১০.১০লৈ: ন'ম ২.x ১১.০৪: ন'ম ২.xৰ ওপৰত ইউনিটি সেল ১১.১০: ন'ম ৩.xৰ ওপৰত ইউনিটি সেল |
অনুজ্ঞা-পত্ৰ | মূলতঃ GNU GPL আৰু অন্য বিনামূলীয়া চফ্টৱেৰ বিনামূলীয়া আৰু মুকলি উৎস চফ্টৱেৰ / আৰু গৰাকীগত বাইনেৰী ব্লববোৰ[1][2] |
আধিকাৰিক ৱেবছাইট | www.ubuntu.com |
সংস্কৰণ | কোড নাম | মুক্তিৰ তাৰিখ | অন্তিম সমৰ্থনৰ তাৰিখ | |
---|---|---|---|---|
ডেস্কটপ | চাৰ্ভাৰ | |||
৪.১০ | ৱাৰ্টি ৱাৰ্টহগ (Warty Warthog) | অক্টোবৰ ২০, ২০০৪ | এপ্ৰিল ৩০, ২০০৬ | |
৫.০৪ | হোয়াৰি হেজহগ (Hoary Hedgehog) | এপ্ৰিল ৮, ২০০৫ | অক্টোবৰ ৩১, ২০০৬ | |
৫.১০ | ব্ৰিজি ব্যেজাৰ (Breezy Badger) | অক্টোবৰ ১৩, ২০০৫ | এপ্ৰিল ১৩,২০০৭ | |
৬.০৬ LTS | ডাপাৰ ড্ৰেক (Dapper Drake) | জুন ১, ২০০৬ | জুলাই ১৪, ২০০৯ | জুন ১, ২০১১ |
৬.১০ | এজি এফ্ট (Edgy Eft) | অক্টোবৰ ২৬, ২০০৬ | এপ্ৰিল ২৫, ২০০৮ | |
৭.০৪ | ফেষ্টি ফাউন (Feisty Fawn) | এপ্ৰিল ১৯, ২০০৭ | অক্টোবৰ ১৯, ২০০৮ | |
৭.১০ | গাষ্টি গিবন (Gutsy Gibbon) | অক্টোবৰ ১৮, ২০০৭ | এপ্ৰিল ১৮, ২০০৯ | |
৮.০৪ LTS | হাৰ্ডি হেৰণ (Hardy Heron) | এপ্ৰিল ২৪, ২০০৮ | এপ্ৰিল ১২, ২০১১ | এপ্ৰিল ২০১৩ |
৮.১০ | ইণ্ট্ৰাপিড আইবেক্স (Intrepid Ibex) | অক্টোবৰ ৩০, ২০০৮ | এপ্ৰিল ৩০, ২০১০ | |
৯.০৪ | জণ্টি জেকলপ (Jaunty Jackalope) | এপ্ৰিল ২৩, ২০০৯ | অক্টোবৰ ২৩, ২০০৯ | |
৯.১০ | কাৰ্মিক কোৱালা (Karmic Koala) | অক্টোবৰ ২৯, ২০০৯ | এপ্ৰিল ৩০, ২০১১ | |
১০.০৪ LTS | লুচিড লিংক্স (Lucid Lynx) | এপ্ৰিল ২৯, ২০১০ | এপ্ৰিল ২০১৩ | এপ্ৰিল ২০১৫ |
১০.১০ | মেভৰিক মিৰকেট (Maverick Meerkat) | অক্টোবৰ ১০, ২০১০ | এপ্ৰিল ২০১২ | |
১১.০৪ | নট্টি নাৰহল (Natty Narwhal) | এপ্ৰিল ২৮, ২০১১ | অক্টোবৰ ২০১২ | |
১১.১০ | অনেৰিক অচেলট্ (Oneiric Ocelot) | অক্টোবৰ ১৩, ২০১১ | এপ্ৰিল ২০১৩ | |
১২.০৪ LTS | প্ৰিচাইচ পেঙগোলিন (Precise Pangolin) | এপ্ৰিল ২৬, ২০১২ | এপ্ৰিল ২০১৭ | এপ্ৰিল ২০১৭ |
১২.১০ | কুঁৱাণ্টাল কুৱেটজেল (Quantal Quetzal) | অক্টোবৰ ১৮, ২০১২ | এপ্ৰিল ২০১৪ | এপ্ৰিল ২০১৪ |
১৩.০৪ | ৰেৰিং ৰিংটেইল (Raring Ringtail) | এপ্ৰিল ১৮, ২০১৩ | জানুৱাৰী ২০১৪ | জানুৱাৰী ২০১৪ |
১৩.১০ | চ’চি চালামেণ্ডাৰ (Saucy Salamander) | অক্টোবৰ ১৭, ২০১৩ | জুন ২০১৪ | জুন ২০১৪ |
ৰং | অৰ্থ | |||
ৰঙা | মুক্তিপ্ৰাপ্ত আৰু সমৰ্থন শেষ হৈছে | |||
সেউজীয়া | মুক্তিপ্ৰাপ্ত আৰু সমৰ্থন চলি আছে | |||
নীলা | পৰবৰ্তী মুক্তি |
কোৰ | ডেস্কটপ | |||||||
---|---|---|---|---|---|---|---|---|
সংস্কৰণ | লীনাক্স কাৰ্ণেল | X.Org Server / X.Org | পাইথন | ন'ম | ফায়াৰফক্স | অপেন অফিচ | গিম্প | পিজিন |
৪.১০ | ২.৬.৮ | (XFree86 ৪.৩) | ২.৩.৪ | ২.৮ | ০.৯ | ১.১.২ | ২.০.২ | ১.০.০ |
৫.০৪ | ২.৬.১০ | (৬.৮.২) | ২.৪.১ | ২.১০ | ১.০.২ | ১.১.৩ | ২.২.২ | ১.১.৪ |
৫.১০ | ২.৬.১২ | (৬.৮.২) | ২.৪.২ | ২.১২ | ১.০.৭ | ২.০ বিটা | ২.২.৮ | ১.৫.০ |
৬.০৬ | ২.৬.১৫ | ১.০.২ / ৭.০.০ | ২.৪.৩ | ২.১৪ | ১.৫.৩ | ২.০.২ | ২.২.১১ | ১.৫.০ |
৬.১০ | ২.৬.১৭ | ১.১.১ / ৭.১.১ | ২.৪.৪ | ২..১৬ | ২.০.০ | ২.০.৪ | ২.২.১৩ | ২.০ বিটা ৩ |
৭.০৪ | ২.৬.২০ | ১.২.০ / ৭.২.০ | ২.৫.১ | ২.১৮ | ২.০.৩ | ২.২.০ | ২.২.১৩ | ২.০ বিটা ৬ |
৭.১০ | ২.৬.২২ | ১.৩.০ / ৭.২.৫ | ২.৫.১ | ২.২০ | ২.০.৬ | ২.৩.০ | ২.৪.০ আৰচি ৩ | ২.২.১ |
৮.০৪ | ২.৬.২৪ | ১.৪.১ / ৭.৩ | ২.৫.২ | ২.২২ | ৩.০ বিটা ৫ | ২.৪.০ | ২.৪.৫ | ২.৪.১ |
৮.১০ | ২.৬.২৭ | ১.৫.২ / ৭.৪ | ২.৫.২ | ২.২৪ | ৩.০.৩ | ২.৪.১ | ২.৬.১ | ২.৫.২ |
৯.০৪ | ২.৬.২৮ | ১.৬.০ / ৭.৪ | ২.৬.২ | ২.২৬ | ৩.০.৮ | ৩.০.১ | ২.৬.৬ | ২.৫.৫ |
৯.১০ | ২.৬.৩১ | ১.৬.৪ / ৭.৪ | ২.৬.৩ | ২.২৮ | ৩.৫.৩ | ৩.১.১ | ২.৬.৭ | ২.৬.২ |
১০.০৪ | ২.৬.৩২ (DRM from ২.৬.৩৩) | ১.৭.৬ / ৭.৫ | ২.৬.৫ | ২.৩০ | ৩.৬.৩ | ৩.২.০ | ২.৬.৮ | ২.৬.৬ |
১০.১০ | ২.৬.৩৫ | ১.৮.২ / ৭.৫ | ২.৭ | ২.৩১ | ৩.৬.৮ | ৩.২.১ | ২.৬.১০ | ২.৭.৩ |
ভিন্ন বেকগ্ৰাউণ্ডত থকা চফ্টৱেৰসমূহ ইউবাণ্টুৰ অবিকল্পিত (ডিফল্ট) এপ্লিকেচন নহয়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.