ইউক্ৰেইনৰ জাতীয় সাজ-পোছাক
From Wikipedia, the free encyclopedia
ইউক্ৰেইনৰ জনসাধাৰণৰ পৰম্পৰাগত সাজ-পোছাক হৈছে ইউক্ৰেইনত বাস কৰা জনগোষ্ঠীয় লোক লোকসকলে পিন্ধা কাপোৰ। ইউক্ৰেইনৰ সাজ-পোছাক কেঁচ বা ফুল বছা কাপোৰৰ বাবে আটাইতকৈ বিখ্যাত । এই দেশৰ কাপোৰ হ’ল ফুল বছা কামিজ (vyshyvanka), কাপোৰৰ চেছআৰু ভিনোক ফুলৰ মুকুট। ইউক্ৰেইনৰ চাৰিটা বৃহৎ অঞ্চলৰ মাজত কাপোৰৰ শৈলীৰ পাৰ্থক্য আছিল: পলিচিয়া, লিছ'ষ্টেপ, ষ্টেপ আৰু কাৰ্পেথিয়ান।[1]পৰম্পৰাগত সাজ-পোছাকে লিংগ আৰু সামাজিক মৰ্যাদাৰ ভিত্তিত, বাসস্থান আৰু ধন-সম্পত্তিৰ ভিত্তিত মানুহক পৃথক কৰিছিল।[2]