![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/b/b3/Wikipedia-logo-v2-en.svg/langas-640px-Wikipedia-logo-v2-en.svg.png&w=640&q=50)
ইংৰাজী ৱিকিপিডিয়া
From Wikipedia, the free encyclopedia
ইংৰাজী ৱিকিপিডিয়া (ইংৰাজী: English Wikipedia) অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইংৰাজী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 68,49,577 প্ৰবন্ধ আছে।
ক্ষিপ্ৰ তথ্য ইংৰাজী ৱিকিপিডিয়া, ইউ আৰ এল ...
![]() | |
---|---|
![]() | |
ইউ আৰ এল | en.wikipedia.org |
শ্লোগান | মুক্ত বিশ্বকোষ |
বাণিজ্যক | নহয় |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | ইংৰাজী ভাষা es-us |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
বন্ধ কৰক