From Wikipedia, the free encyclopedia
ই অসমীয়া লিপিৰ স্বৰবৰ্ণৰ তৃতীয় আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'ই'ও এটি স্বৰধ্বনি, সেয়েহে 'ই' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ই'-ক এনেদৰে লিখা যায়।[2]
কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে আৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ই'ৰ গৌণ প্ৰতীক। 'ই'ৰ এই ৰূপ হ'ল 'ি'।[3] যেনে ক্+ই=কি আদি।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.