![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/57/Arya_Samaj_2000_stamp_of_India.jpg/640px-Arya_Samaj_2000_stamp_of_India.jpg&w=640&q=50)
আৰ্য সমাজ
হিন্দু ধৰ্মীয় সংগঠন / From Wikipedia, the free encyclopedia
আৰ্য সমাজ (ইংৰাজী: Arya Samaj) হৈছে এটা একেশ্বৰবাদী ভাৰতীয় হিন্দু সংস্কাৰমুখী আন্দোলন। যিটো সংগঠনে বেদৰ অখণ্ডনীয় কৰ্তৃত্বৰ ওপৰত বিশ্বাস ৰাখি নিজৰ মূল্যবোধসমূহ প্ৰচাৰ কৰিছিল। সমাজখনৰ সংগঠক আছিল মহাঋষি দয়ানন্দ সৰস্বতী। তাৰিখটো আছিল ১৮৭৫ চনৰ ১০ এপ্ৰিল।[1] আৰ্য সমাজৰ সদস্যসকলে মূৰ্তিপূজাৰ বিৰুদ্ধাচৰণ কৰিছিল।[2]
ক্ষিপ্ৰ তথ্য আৰ্য সমাজ, নীতিবাক্য ...
আৰ্য সমাজ | |
---|---|
![]() আৰ্য সমাজলৈ উছৰ্গা কৰা ২০০০ চনৰ এটা ডাকটিকট | |
নীতিবাক্য | "कृण्वन्तो विश्वमार्यम्" পৃথিৱীখন মহৎ কৰি তোলা! |
প্ৰতিষ্ঠা | ১০ এপ্ৰিল ১৮৭৫ (১৪৯ বছৰ আগত) (1875-04-10) বোম্বাই, বোম্বাই প্ৰেচিডেন্সী, ব্ৰিটিছ ৰাজ, (বৰ্তমানৰ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত) |
ধৰণ | ধৰ্মীয় সংগঠন |
সক্ৰিয়তা | সংস্থা (অলাভজনক) |
উদ্দেশ্য | শৈক্ষিক, ধৰ্মীয় শিক্ষা, আধ্যাত্মিকতা আৰু সমাজ সংস্কাৰ |
প্ৰধান কাৰ্যালয় | নতুন দিল্লী, ভাৰত |
স্থানাংক | 26.4499°N 74.6399°E / 26.4499; 74.6399 |
আনুষ্ঠানিক ভাষা | হিন্দী ভাষা |
মূল ক্ষমতা | শ্ৰীমতী পৰোপকাৰিনী সভা |
ৱেবছাইট | http://www.thearyasamaj.org |
বন্ধ কৰক
হিন্দু ধৰ্মত ধৰ্মান্তৰকৰণৰ আৰম্ভ কৰা আৰ্য সমাজ আছিল প্ৰথমটো হিন্দু সংগঠন।[3][4]