![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/a/af/2064_aryabhata-crp.jpg/640px-2064_aryabhata-crp.jpg&w=640&q=50)
আৰ্যভট্ট
ভাৰতীয় গণিতজ্ঞ-জ্যোতিৰ্বিজ্ঞানী / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো গণিতজ্ঞ জনৰ বিষয়ে। কৃত্ৰিম উপগ্ৰহটোৰ বাবে আৰ্যভট্ট (কৃত্ৰিম উপগ্ৰহ) চাওক।
আৰ্যভট্ট (দেৱনাগৰী: आर्यभट) (৪৭৬ – ৫৫০)[1][2] প্ৰাচীন ভাৰতৰ সকলোতকৈ বিখ্যাত গণিতজ্ঞসকলৰ মাজৰ এজন। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহৰ নাম তেওঁৰ নামেৰে "আৰ্যভট্ট" ৰখা হয়।
ক্ষিপ্ৰ তথ্য জন্ম, মৃত্যু ...
![]() পুণেৰ ইণ্টাৰ-ইউনিভাৰ্ছিটি চেণ্টাৰ ফৰ এষ্ট্ৰোনʼমী এণ্ড এষ্ট্ৰোফিজিক্স বা আইইউচিএ ৰ প্ৰাঙ্গনত আৰ্যভট্টৰ ভাস্কৰ্য, | |
জন্ম | ৪৭৬ CE অশ্মক ৰাজ্য |
---|---|
মৃত্যু | ৫৫০ AD |
যুগ | গুপ্ত যুগ |
ধৰ্ম | ভাৰত |
মূল আসক্তি | গণিত, জ্যোতিৰ্বিজ্ঞান |
উল্লেখনীয় আদৰ্শ | Explanation of চন্দ্ৰগ্ৰহণ and সূৰ্যগ্ৰহণ, পৃথিৱীৰ আহ্নিক গতি, চন্দ্ৰৰ দ্বাৰা পোহৰৰ প্ৰতিফলন, ছাইনুছʼইদেল ফলন, এটা চলকবিশিষ্ট দ্বিঘাত সমীকৰণৰ সমাধান, দশমিকৰ চতুৰ্থ স্থানলৈ πৰ শুদ্ধমান, Circumference of পৃথিৱী to 99.8% accuracy, Calculation of the length of নক্ষত্ৰ-বৰ্ষ |
মূল কামসমূহ | আৰ্যভট্টীয়, আৰ্যসিদ্ধান্ত |
প্ৰভাৱদাতা
| |
প্ৰভাৱিত কৰিছিল
|
বন্ধ কৰক