![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/6/6e/Ernest_Rutherford_LOC.jpg/640px-Ernest_Rutherford_LOC.jpg&w=640&q=50)
আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড
From Wikipedia, the free encyclopedia
আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড (ইংৰাজী: Ernest Rutherford; ৩০ আগষ্ট ১৮৭১ – ১৯ অক্টোবৰ ১৯৩৭) নিউজিলেণ্ডত জন্ম গ্ৰহণ কৰা এজন প্ৰসিদ্ধ ব্ৰিটিছ পদাৰ্থবিদ। আণৱিক পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা মহত্ত্বপূৰ্ণ অৱদানৰ বাবে তেওঁ বিখ্যাত। এনচাইক্লোপিডিয়া ব্ৰিটানিকাই তেওঁক মাইকেল ফেৰাডেৰ পিছতেই সৰ্বশ্ৰেষ্ঠ গৱেষক হিচাপে উল্লেখ কৰিছে।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড, জন্ম ...
আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড | |
---|---|
![]() আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড | |
জন্ম | ৩০ আগষ্ট, ১৮৭১ ব্ৰাইটৱাটাৰ, টাচমান জিলা, নিউজিলেণ্ড |
মৃত্যু | ১৯ অক্টোবৰ, ১৯৩৭ (৬৬ বছৰ) কেমব্ৰিজ, ইংলেণ্ড |
বাসস্থান | New Zealand, United Kingdom |
নাগৰিকত্ব | New Zealand, United Kingdom |
ক্ষেত্ৰ | পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান |
কৰ্মস্থান | মেকগিল বিশ্ববিদ্যাকয় মানচেষ্টাৰ বিশ্ববিদ্যাকয় |
শিক্ষানুষ্ঠান | University of Canterbury কেমব্ৰিজ বিশ্ববিদ্যালয় |
জনা যায় | Father of nuclear physics Rutherford model Rutherford scattering Rutherford backscattering spectroscopy Discovery of proton Rutherford (unit) Coining the term 'artificial disintegration' |
প্ৰভাৱান্বিত কৰিছে | Henry Moseley Hans Geiger Albert Beaumont Wood |
উল্লেখনীয় বঁটা | Rumford Medal (1905) Nobel Prize in Chemistry (1908) Elliott Cresson Medal (1910) Matteucci Medal (1913) Copley Medal (1922) Franklin Medal (1924) |
স্বাক্ষৰ![]() |
বন্ধ কৰক
প্ৰথম পৰ্যায়ত তেওঁ তেজষ্ক্ৰিয় পদাৰ্থসমূহৰ অৰ্ধ-জীৱন (half-life) কালৰ বিষয়ে আৱিষ্কাৰ কৰিছিল, যিয়ে তেজষ্ক্ৰিয় মৌলবোৰ বিকিৰণৰ দ্বাৰা এটাৰ পৰা কম ভৰৰ আন এটা মৌললৈ পৰিৱৰ্তিত হোৱাটো প্ৰমাণ কৰিলে। আৰু লগতে তেওঁ আলফা আৰু বিটা ৰশ্মি বিকিৰণকো পৃথক কৰি নামকৰণো কৰিছিল। কানাডাৰ মেকগিল বিশ্ববিদ্যালয়ত কৰা এই গৱেষণাৰ বাবে ১৯০৮ চনত তেওঁক ৰসায়নৰ ন'বেল বঁটা প্ৰদান কৰা হৈছিল।