আল-হজ্জ
আল কোৰআনৰ ২২তম ছূৰা। / From Wikipedia, the free encyclopedia
আল-হজ্জ [1] (আৰবী: الحج, al ḥajj; অৰ্থ: "তীৰ্থযাত্ৰা", "হজ্জ") হৈছে কোৰআনৰ ২২ তম অধ্যায় (ছূৰা) যাৰ ৭৮টা আয়াত (শ্লোক)। এই ছূৰাটোৱে ইয়াৰ নাম ২৭তম আয়াতৰ পৰা লৈছে।
ক্ষিপ্ৰ তথ্য শ্ৰেণী, নামৰ অৰ্থ ...
শ্ৰেণী | মদিয়ান |
---|---|
নামৰ অৰ্থ | তীৰ্থযাত্ৰা |
পৰিসংখ্যা | |
ছূৰাৰ ক্ৰম | ২২ |
আয়াতৰ সংখ্যা | ৭৮ |
পাৰাৰ ক্ৰম | ১৭ |
ৰুকৰ সংখ্যা | ১০ |
ছিজদাহৰ সংখ্যা | ২ (আয়াত ১৮ আৰু ৭৭) |
পূৰ্বৱতী ছূৰা | কোৰআন ২১ |
পৰৱৰ্তী ছূৰা | কোৰআন ২৩ |
----
|
বন্ধ কৰক