চলচ্চিত্ৰ পৰিচালক আৰু সমালোচক From Wikipedia, the free encyclopedia
আলতাফ মজিদ (ইংৰাজী: Altaf Mazid) অসমৰ এগৰাকী চলচ্চিত্ৰ সমালোচক, চলচ্চিত্ৰ পৰিচালক আৰু সাংস্কৃতিক কৰ্মী৷ তেখেত ‘চুটি ছবি’ নিৰ্মাণৰ বাবে বিখ্যাত৷ প্ৰথম অসমীয়া বোলছবি জয়মতীৰ নষ্ট হ'ব ধৰা প্ৰিণ্টটো এখেতে ভাল কৰাই সংৰক্ষণ কৰে৷[1]
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
এখেত অসম চৰকাৰৰ জনস্বাস্থ্য বিভাগত অভিযন্তা হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল৷
মজিদে পৰিচালনা বা প্ৰযোজনা কৰা কিছু চুটিছবি আৰু তথ্যচিত্ৰৰ নাম হ'ল-[1]
বৰ্ষ | ছবিৰ নাম | ভাষা | ইংৰাজী নাম | বিষয় | টোকা |
---|---|---|---|---|---|
১৯৯২ | ব্যক্তিগত আৰু গোপনীয়, | অসমীয়া | Personal and Confidential | পৰীক্ষামূলক কাহিনীচিত্ৰ | |
১৯৯৮ | জীৱন | অসমীয়া | Life | পৰীক্ষামূলক কাহিনীচিত্ৰ | |
২০০১ | লাখটকীয়াত গোলাম | অসমীয়া | Closed-door-and-stuff-inside-the magazine Syndrome | পৰীক্ষামূলক তথ্যচিত্ৰ | |
২০০২ | আৱাৰ কমন ফিউচাৰ | অসমীয়া | Our Common Future | তথ্যচিত্ৰ | |
২০০৪ | দ্য জয় অৱ গিভিং | অসমীয়া | The Joy of Giving | তথ্যচিত্ৰ | |
২০০৪ | লাছ ভেগাছত | অসমীয়া | In Las Vegas | পৰীক্ষামূলক কাহিনীচিত্ৰ | |
২০০৫ | ভাল খবৰ | অসমীয়া | Good news | পৰীক্ষামূলক তথ্যচিত্ৰ | |
২০০৭ | ক্ৰেজি অন ৰকচ্ | অসমীয়া | Crazy on the Rocks | তথ্যচিত্ৰ | |
২০০৮ | কুনিৰ কুটিল দশা | অসমীয়া | The elbow in exile | পৰীক্ষামূলক তথ্যচিত্ৰ | |
২০০৮ | বলিয়া পিতাইৰ চহকী চোতাল | অসমীয়া | A duet with the river god | তথ্যচিত্ৰ | |
২০১০ | চিত্ৰ সূত্ৰ | অসমীয়া | The Image Threads | কাহিনীচিত্ৰ | বিপিন বিজয় পৰিচালিত এই ছবিখনৰ সহযোগী প্ৰযোজক আছিল |
২০১৪ | ৰহস্যৰ বিতচকু | অসমীয়া | Seven hundred zero zero seven | পৰীক্ষামূলক তথ্যচিত্ৰ | |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.