![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/6/63/Arunachal_Pradesh_locator_map.svg/langas-640px-Arunachal_Pradesh_locator_map.svg.png&w=640&q=50)
আলং
From Wikipedia, the free encyclopedia
আলং বা আল' (Aalo) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন সৰু নগৰ। এই নগৰ পশ্চিম ছিয়াং জিলাৰ সদৰ ঠাই। আলং নগৰখন অসম আৰু অৰুণাচল সীমান্তৰ লিকাবালিৰ পৰা ২২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। নগৰখনৰ অধিকাংশ লোক গালো জনজাতিৰ।
ক্ষিপ্ৰ তথ্য চৰকাৰী ভাষা ...
আলং | |||||||
— নগৰ — | |||||||
স্থানাঙ্ক | 28.17°N 94.77°E / 28.17; 94.77 | ||||||
দেশ | ![]() | ||||||
ৰাজ্য | অৰুণাচল প্ৰদেশ | ||||||
জিলা | পশ্চিম ছিয়াং | ||||||
প্ৰতিষ্ঠা | ১৯৪৮ | ||||||
জনসংখ্যা | 20,680[1] (2011[update]) | ||||||
চৰকাৰী ভাষা | ইংৰাজী | ||||||
---|---|---|---|---|---|---|---|
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||||||
মাটিকালি • উচ্চতা |
• 619 m (2,031 ft) | ||||||
জলবায়ু উষ্ণতা |
Cfa (Köppen) • ২৪.৭°ছে (৭৬.৪৬°ফা) | ||||||
ক'ড
|
বন্ধ কৰক