From Wikipedia, the free encyclopedia
তলৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৫০ খন ৰাজ্যৰ নামৰ লগতে প্ৰত্যেকখন ৰাজ্যৰে প্ৰাথমিক তথ্যসমূহ দিয়া হৈছে:
নাম | IPA | USPS | পতাকা | যোগদান | মাটিকালি | জনসংখ্যা (২০১১) | ৰাজধানী | জনবহুল নগৰ | পূৰ্বৰ স্থিতি | GDP
(মিলিয়ন $) |
---|---|---|---|---|---|---|---|---|---|---|
আলাবামা | /ˌæləˈbæmə/ | AL | ১৪ ডিচেম্বৰ, ১৮১৯ | ৫২,৪১৯ বৰ্গ মাইল (১৩৫,৭৬৫ বৰ্গ কিমি) |
৪,৮০২,৭৪০ | মন্টগামৰি | বাৰ্মিংহাম | আলাবামা টেৰিটৰি | ১৭৪,৪০০ | |
আলাস্কা | /əˈlæskə/ | AK | ৩ জানুৱাৰী, ১৯৫৯ | ৬৬৩,২৬৭ বৰ্গ মাইল (১,৭১৭,৮৫৪ বৰ্গ কিমি) |
৭২২,৭১৮ | জুনো | এঙ্কৰেজ | আলাস্কা টেৰিটৰি | ৪৫,৬০০ | |
আৰিজোনা | /ˌær |
AZ | ১৪ ফেব্ৰুৱাৰী, ১৯১২ | ১১৩,৯৯৮ বৰ্গ মাইল (২৯৫,২৫৪ বৰ্গ কিমি) |
৬,৪৮২,৫০৫ | ফিনিক্স | ফিনিক্স | আৰিজোনা টেৰিটৰি | ২৬১,৩০০ | |
আৰকেনচাচ | /ˈɑrkənsɔː/ | AR | ১৫ জুন, ১৮৩৬ | ৫২,৮৯৭ বৰ্গ মাইল (১৩৭,০০২ বৰ্গ কিমি) |
২,৯৩৭,৯৭৯ | লিটল ৰক | লিটল ৰক | আৰকেনচাচ টেৰিটৰি | ১০৫,৮০০ | |
কেলিফৰ্ণিয়া | /ˌkæl |
CA | ৯ চেপ্টেম্বৰ, ১৮৫০ | ১৬৩,৭০০ বৰ্গ মাইল (৪২৩,৯৭০ বৰ্গ কিমি) |
৩৭,৬৯১,৯১২ | চেক্ৰামেন্টো | লচ এঞ্জেলচ | মেক্সিকান চিচিয়নৰ পোনপটিয়াকৈ অন্তৰভূক্ত | ১,৯৩৬,৪০০ | |
কল’ৰাডো | /ˌkɒləˈrædoʊ/ | CO | ১ আগষ্ট, ১৮৭৬ | ১০৪,১৮৫ বৰ্গ মাইল (২৬৯,৮৩৭ বৰ্গ কিমি) |
৫,১১৬,৭৯৬ | ডেনভাৰ | ডেনভাৰ | কল’ৰাডো টেৰিটৰি | ২৫৯,৭০০ | |
কানেকটিকাট | /kəˈnɛt |
CT | ৯ জানুৱাৰী, ১৭৮৮ | ৫,৫৪৩ বৰ্গ মাইল (১৪,৩৫৬ বৰ্গ কিমি) |
৩,৫৮০,৭০৯ | হাৰ্টফৰ্ট | ব্ৰিডজপৰ্ট[4] | কানেকটিকাট কলনি, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ২৩৩,৪০০ | |
ডেলাৱেৰ | /ˈdɛləwɛər/ | DE | ৭ ডিচেম্বৰ, ১৭৮৭ | ২,৪৯১ বৰ্গ মাইল (৬,৪৫২ বৰ্গ কিমি) |
৯০৭,১৩৫ | ডোভাৰ | উইলমিংটন | লৱাৰ কাউণ্টিচ অন ডেলাৱেৰ, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ৬২,৭০০ | |
ফ্লৰিডা | /ˈflɒr |
FL | ৩ মাৰ্চ, ১৮৪৫ | ৬৫,৭৫৫ বৰ্গ মাইল (১৭০,৩০৪ বৰ্গ কিমি) |
১৯,০৫৭,৫৪২ | টেলাহাচি | জেকচনভিল[5] | ফ্লৰিডা টেৰিটৰি | ৭৫৪,০০০ | |
জৰ্জিয়া | /ˈdʒɔrdʒə/ | GA | ২ জানুৱাৰী, ১৭৮৮ | ৫৯,৪২৫ বৰ্গ মাইল (১৫৩,৯০৯ বৰ্গ কিমি) |
৯,৮১৫,২১০ | আটলান্টা | আটলান্টা | প্ৰভিঞ্চ অব জৰ্জিয়া, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ৪০৪,৬০০ | |
হাৱাই | /həˈwaɪ.iː/ | HI | ২১ আগষ্ট, ১৯৫৯ | ১০,৯৩১ বৰ্গ মাইল (২৮,৩১১ বৰ্গ কিমি) |
১,৩৭৪,৮১০ | হনলুলু | হনলুলু | কিংডম অব হাৱাই, তাৰ পাছত আমেৰিকাৰ টেৰিটৰি অব হাৱাই | ৬৮,৯০০ | |
আইডাহো | /ˈaɪdəhoʊ/ | ID | ৩ জুলাই, ১৮৯০ | ৮৩,৬৪২ বৰ্গ মাইল (২১৬,৬৩২ বৰ্গ কিমি) |
১,৫৮৪,৯৮৫ | বইচ | বইচ | আইডাহো টেৰিটৰি | ৫৪,৮০০ | |
ইলিনয়চ | /ɪl |
IL | ৩ ডিচেম্বৰ, ১৮১৮ | ৫৪,৮২৬ বৰ্গ মাইল (১৪১,৯৯৮ বৰ্গ কিমি) |
১২,৮৬৯,২৫৭ | স্প্ৰিংফিল্ড | চিকাগো | ইলিনয়চ টেৰিটৰি, নৰ্থৱেষ্ট টেৰিটৰিৰ পৰা প্ৰতিষ্ঠিত | ৬৪৪,২০০ | |
ইণ্ডিয়ানা | /ˌɪndiˈænə/ | IN | ১১ ডিচেম্বৰ, ১৮১৬ | ৩৬,৪১৮ বৰ্গ মাইল (৯৪,৩২১ বৰ্গ কিমি) |
৬,৫১৬,৯২২ | ইণ্ডিয়ানাপলিচ | ইণ্ডিয়ানাপলিচ | ইণ্ডিয়ানা টেৰিটৰি, নৰ্থৱেষ্ট টেৰিটৰিৰ পৰা প্ৰতিষ্ঠিত | ২৬৭,৬০০ | |
আইৱা | /ˈaɪ.ɵwə/ | IA | ২৮ ডিচেম্বৰ, ১৮৪৬ | ৫৬,২৭২ বৰ্গ মাইল (১৪৫,৭৪৩ বৰ্গ কিমি) |
৩,০৬২,৩০৯ | ডেচ মইনেচ | ডেচ মইনেচ | আইৱা টেৰিটৰি | ১৪৭,২০০ | |
কেনচাচ | /ˈkænzəs/ | KS | ২৯ জানুৱাৰী, ১৮৬১ | ৮২,২৭৭ বৰ্গ মাইল (২১৩,০৯৬ বৰ্গ কিমি) |
২,৮৭১,২৩৮ | টপেকা | উইচিটা | কেনচাচ টেৰিটৰি | ১২৮,৫০০ | |
কেন্টাকি[6] | /k |
KY | ১ জুন, ১৭৯২ | ৪০,৪০৯ বৰ্গ মাইল (১০৪,৬৫৯ বৰ্গ কিমি) |
৪,৩৬৯,৩৫৬ | ফ্ৰেঙ্কফৰ্ট | লুইচভিল | ভাৰ্জিনিয়াৰ সন্মতিৰে সৈতে তাৰ পৰা বিভক্ত হৈ যায় (তাৰ পূৰ্বে আছিল বৃহত্তৰ কেন্টাকি কাউণ্টি) | ১৬১,৪০০ | |
লুইচিয়ানা | /luːˌiːziˈænə/ | LA | ৩০ এপ্ৰিল, ১৮১২ | ৫২,২৭১ বৰ্গ মাইল (১৩৫,৩৮২ বৰ্গ কিমি) |
৪,৫৭৪,৮৩৬ | বেটন ৰোগ | নিউ অৰলেনচ | টেৰিটৰি অব অৰলেনচ | ২১৩,৬০০ | |
মেইন | /ˈmeɪn/ | ME | ১৫ মাৰ্চ, ১৮২০ | ৩৫,৩৮৫ বৰ্গ মাইল (৯১,৬৪৬ বৰ্গ কিমি) |
১,৩২৮,১৮৮ | আগষ্টা | পৰ্টলেণ্ড | মাচাছুছিটাচৰ সন্মতিৰে সৈতে তাৰ পৰা বিভক্ত হৈ যায় (তাৰ আগতে মেইন এখন জিলা আছিল) | ৫৩,২০০ | |
মেৰিলেণ্ড | /ˈmɛrələnd/ | MD | ২৮ এপ্ৰিল, ১৭৮৮ | ১২,৪০৭ বৰ্গ মাইল (৩২,১৩৩ বৰ্গ কিমি) |
৫,৮২৮,২৮৯ | এনাপলিচ | বাল্টিমোৰ[7] | প্ৰভিঞ্চ অব মেৰিলেণ্ড, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ৩০০,০০০ | |
মাচাছুছিটাচ[6] | /ˌmæsəˈtʃuːs |
MA | ৬ ফেব্ৰুৱাৰী, ১৭৮৮ | ১০,৫৫৪ বৰ্গ মাইল (২৭,৩৩৬ বৰ্গ কিমি) |
৬,৫৮৭,৫৩৬ | বষ্টন | বষ্টন | প্ৰভিঞ্চ অব মাচাছুছিটাচ বে, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ৩৭৭,৭০০ | |
মিছিগান | /ˈmɪʃ |
MI | ২৬ জানুৱাৰী, ১৮৩৭ | ৯৭,৯৯০ বৰ্গ মাইল (২৫৩,৭৯৩ বৰ্গ কিমি) |
৯,৮৭৬,১৮৭ | লেনচিং | ডিট্ৰইট | মিছিগান টেৰিটৰি, নৰ্থৱেষ্ট টেৰিটৰিৰ পৰা প্ৰতিষ্ঠিত | ৩৭২,৪০০ | |
মিনিচোটা | /ˌmɪn |
MN | ১১ মে, ১৮৫৮ | ৮৬,৯৪৩ বৰ্গ মাইল (২২৫,১৮১ বৰ্গ কিমি) |
৫,৩৪৪,৮৬১ | চেইন্ট পল | মিনিয়াপলিচ | মিনিচোটা টেৰিটৰি | ২৬৭,১০০ | |
মিছিছিপি | /ˌmɪs |
MS | ১০ ডিচেম্বৰ, ১৮১৭ | ৪৮,৪৩৪ বৰ্গ মাইল (১২৫,৪৪৩ বৰ্গ কিমি) |
২,৯৭৮,৫১২ | জেকচন | জেকচন | মিছিছিপি টেৰিটৰি, জৰ্জিয়াই আমেৰিকাক দান দিয়া মাটিত প্ৰতিষ্ঠিত | ৯৮,৯০০ | |
মিচৌৰি | /m |
MO | ১০ আগষ্ট, ১৮২১ | ৬৯,৭০৪ বৰ্গ মাইল (১৮০,৫৩৩ বৰ্গ কিমি) |
৬,০১০,৬৮৮ | জেফাৰচন চিটি | কেনচাচ চিটি[8] | মিচৌৰি টেৰিটৰি | ২৪৬,৭০০ | |
মন্টানা | /mɒnˈtænə/ | MT | ৮ নবেম্বৰ, ১৮৮৯ | ১৪৭,১৬৫ বৰ্গ মাইল (৩৮১,১৫৬ বৰ্গ কিমি) |
৯৯৮,১৯৯ | হেলেনা | বিলিংগচ | মন্টানা টেৰিটৰি | ৩৭,২০০ | |
নাব্ৰাস্কা | /nəˈbræskə/ | NE | ১ মাৰ্চ, ১৮৬৭ | ৭৭,৪২০ বৰ্গ মাইল (২০০,৫২০ বৰ্গ কিমি) |
১,৮৪২,৬৪১ | লিংকন | অ’মাহা | নাব্ৰাস্কা টেৰিটৰি | ৮৯,৬০০ | |
নেভাডা | /nəˈvædə/ | NV | ৩১ অক্টোবৰ, ১৮৬৪ | ১১০,৫৬৭ বৰ্গ মাইল (২৮৬,৩৬৭ বৰ্গ কিমি) |
২,৭২৩,৩২২ | কাৰ্লচন চিটি | লাচ ভেগাচ | নেভাডা টেৰিটৰি | ১২৭,৫০০ | |
নিউ হেম্পশায়াৰ | /nuː ˈhæmpʃər/ | NH | ২১ জুন, ১৭৮৮ | ৯,৩৫০ বৰ্গ মাইল (২৪,২১৭ বৰ্গ কিমি) |
১,৩১৮,১৯৪ | কনকৰ্ড | মানচেষ্টাৰ[9] | প্ৰভিঞ্চ অব নিউ হেম্পশায়াৰ, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ৬১,৬০০ | |
নিউজাৰ্চী | /nuː ˈdʒɜrzi/ | NJ | ১৮ ডিচেম্বৰ, ১৭৮৭ | ৮,৭২৯ বৰ্গ মাইল (২২,৬০৮ বৰ্গ কিমি) |
৮,৮২১,১৫৫ | ট্ৰেণ্টন | নেৱাৰ্ক[10] | প্ৰভিঞ্চ অব নিউজাৰ্চী, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ৪৯৭,০০০ | |
নিউ মেক্সিকো | /nuː ˈmɛks |
NM | ৬ জানুৱাৰী, ১৯১২ | ১২১,৬৯৭ বৰ্গ মাইল (৩১৫,১৯৪ বৰ্গ কিমি) |
২,০৮২,২২৪ | চান্টা ফে | আলবাকাৰ্কি | নিউ মেক্সিকো টেৰিটৰি | ৭৫,০০০ | |
নিউয়ৰ্ক | /nuː ˈjɔrk/ | NY | ২৬ জুলাই ১৭৮৮ | ৫৪,৫৫৬ বৰ্গ মাইল (১৪১,২৯৯ বৰ্গ কিমি) |
১৯,৪৬৫,১৯৭ | এলবানি | নিউয়ৰ্ক নগৰ[11] | প্ৰভিঞ্চ অব নিউয়ৰ্ক, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ১,১৫৬,৫০০ | |
নৰ্থ কেৰলাইনা | /ˌnɔrθ kærəˈlaɪnə/ | NC | ২১ নবেম্বৰ, ১৭৮৯ | ৫৩,৮৬৫ বৰ্গ মাইল (১৩৯,৫০৯ বৰ্গ কিমি) |
৯,৬৫৬,৪০১ | ৰিলেইঘ | চাৰ্লট | প্ৰভিঞ্চ অব নৰ্থ কেৰলাইনা, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ৪০৭,৪০০ | |
নৰ্থ ডকোটা | /ˌnɔrθ dəˈkoʊtə/ | ND | ২ নবেম্বৰ, ১৮৮৯ | ৭০,৭৬২ বৰ্গ মাইল (১৮৩,২৭২ বৰ্গ কিমি) |
৬৮৩,৯৩২ | বিচমাৰ্ক | ফাৰ্গো | ডাকোটা টেৰিটৰি | ৩৩,৪০০ | |
অ’হাঅ’ | /oʊˈhaɪ.oʊ/ | OH | ১ মাৰ্চ, ১৮০৩ | ৪৪,৮২৫ বৰ্গ মাইল (১১৬,০৯৬ বৰ্গ কিমি) |
১১,৫৪৪,৯৫১ | কলম্বাচ | কলম্বাচ[12] | নৰ্থৱেষ্ট টেৰিটৰি; পেনছিলভেনিয়া, ভাৰ্জিনিয়া আৰু নিউয়ৰ্কে আমেৰিকালৈ কৰা মাটি দান | ৪৮৩,৪০০ | |
অকল’হামা | /ˌoʊkləˈhoʊmə/ | OK | ১৬ নবেম্বৰ, ১৯০৭ | ৬৯,৯৬০ বৰ্গ মাইল (১৮১,১৯৫ বৰ্গ কিমি) |
৩,৭৯১,৫০৮ | অকল’হামা চিটি | অকল’হামা চিটি | অকল’হামা টেৰিটৰি আৰু ইণ্ডিয়ান টেৰিটৰি | ১৬০,৫০০ | |
অৰেগন | /ˈɒr |
OR | ১৪ ফেব্ৰুৱাৰী, ১৮৫৯ | ৯৮,৪৬৬ বৰ্গ মাইল (২৫৫,০২৬ বৰ্গ কিমি) |
৩,৮৭১,৮৫৯ | চালেম | পৰ্টলেণ্ড | অৰেগন টেৰিটৰি | ১৬৮,৯০০ | |
পেনছিলভেনিয়া[6] | /ˌpɛns |
PA | ১২ ডিচেম্বৰ, ১৭৮৭ | ৪৬,০৫৫ বৰ্গ মাইল (১১৯,২৮৩ বৰ্গ কিমি) |
১২,৭৪২,৮৮৬ | হেৰিচবাৰ্গ | ফিলাডেলফিয়া | প্ৰভিঞ্চ অব পেনছিলভেনিয়া, তাৰ পাছত কনফেডাৰেচনত সাৰ্বভৌম ৰাজ্য | ৫৭৫,৬০০ | |
ৰড আইলেণ্ড[13] | /rɵd ˈaɪlənd/ | RI | ১৯ মে, ১৭৯০ | ১,২১০ বৰ্গ মাইল (৩,১৪০ বৰ্গ কিমি) |
১,০৫১,৩০২ | প্ৰভিডেঞ্চ | প্ৰভিডেঞ্চ | কলনি অব ৰড আইলেণ্ড আৰু প্ৰভিডেঞ্চ প্লেন্টেচনচ্, তাৰ পাছত সাৰ্বভৌম ৰাজ্য | ৪৯,৫০০ | |
চাউথ কেৰলাইনা | /ˌsaʊθ kærəˈlaɪnə/ | SC | ২৩ মে, ১৭৮৮ | ৩২,০২০ বৰ্গ মাইল (৮২,৯৩১ বৰ্গ কিমি) |
৪,৬৭৯,২৩০ | কলম্বিয়া | কলম্বিয়া[14] | প্ৰভিঞ্চ অব চাউথ কেৰলাইনা, তাৰ পাছত কনফেডাৰেচনৰ সাৰ্বভৌম ৰাজ্য | ১৬৪,৩০০ | |
চাউথ ডাকোটা | /ˌsaʊθ dəˈkoʊtə/ | SD | ২ নবেম্বৰ, ১৮৮৯ | ৭৭,১৮৪ বৰ্গ মাইল (১৯৯,৯০৫ বৰ্গ কিমি) |
৮২৪,০৮২ | পিয়েৰ | চিওক্স ফলচ্ | ডাকোটা টেৰিটৰি | ৩৯,৯০০ | |
টেনেচি | /ˌtɛn |
TN | ১ জুন, ১৭৯৬ | ৪২,১৮১ বৰ্গ মাইল (১০৯,২৪৭ বৰ্গ কিমি) |
৬,৪০৩,৩৫৩ | নেচভিল | মেমফিচ[15] | নৰ্থ কেৰলাইনাই আমেৰিকালৈ দান কৰা মাটিত প্ৰতিষ্ঠিত | ২৫০,৩০০ | |
টেক্সাচ | /ˈtɛksəs/ | TX | ২৯ ডিচেম্বৰ, ১৮৪৫ | ২৬৮,৮২০ বৰ্গ মাইল (৬৯৬,২৪১ বৰ্গ কিমি) |
২৫,৬৭৪,৬৮১ | অষ্টিন | হিউষ্টন[16] | ৰিপাব্লিক অব টেক্সাচ | ১,২০৭,৪৩২ | |
ইউটাহ | /ˈjuːtɑː/ | UT | ৪ জানুৱাৰী, ১৮৯৬ | ৮৪,৮৯৯ বৰ্গ মাইল (২১৯,৮৮৭ বৰ্গ কিমি) |
২,৮১৭,২২২ | চল্ট লেক চিটি | চল্ট লেক চিটি | ইউটাহ টেৰিটৰি | ১১৬,৯০০ | |
ভাৰমন্ট | /vərˈmɒnt/ | VT | ৪ মাৰ্চ, ১৭৯১ | ৯,৬২৩ বৰ্গ মাইল (২৪,৯২৩ বৰ্গ কিমি) |
৬২৬,৪৩১ | মণ্টপেলিয়াৰ | বাৰ্লিংটন | প্ৰভিঞ্চ অব নিউয়ৰ্ক আৰু নিউ হেম্পশায়াৰ গ্ৰাণ্টচ্ (অধিনত্ব বিবদমান); ভাৰমন্ট ৰিপাব্লিক | ২৬,৪০০ | |
ভাৰ্জিনিয়া[6] | /vərˈdʒɪnjə/ | VA | ২৫ জুন, ১৭৮৮ | ৪২,৭৭৪ বৰ্গ মাইল (১১০,৭৮৫ বৰ্গ কিমি) |
৮,০৯৬,৬০৪ | ৰিচমণ্ড | ভাৰ্জিনিয়া বিচ্চ[17] | কলনি অব ভাৰ্জিনিয়া, তাৰ পাছত কনফেডাৰেচনৰ সাৰ্বভৌম ৰাজ্য | ৪২৭,৭০০ | |
ৱাছিংটন | /ˈwɒʃɪŋtən/ | WA | ১১ নবেম্বৰ, ১৮৮৯ | ৭১,৩৬২ বৰ্গ মাইল (১৮৪,৮২৭ বৰ্গ কিমি) |
৬,৮৩০,০৩৮ | অলিম্পিয়া | ছিয়াটল | ৱাছিংটন টেৰিটৰি | ৩৫১,১০০ | |
ৱেষ্ট ভাৰ্জিনিয়া | /ˌwɛst vərˈdʒɪnjə/ | WV | ২০ জুন, ১৮৬৩ | ২৪,২৩০ বৰ্গ মাইল (৬২,৭৫৫ বৰ্গ কিমি) |
১,৮৫৫,৩৬৪ | চাৰ্লচষ্টন | চাৰ্লচষ্টন | ভাৰ্জিনিয়াৰ পৰা অনুমতি অবিহনে পৃথক হয় | ৬৬,৬০০ | |
উইচকনচিন | /wɪsˈkɒns |
WI | ২৯ মে, ১৮৪৮ | ৬৫,৪৯৮ বৰ্গ মাইল (১৬৯,৬৩৯ বৰ্গ কিমি) |
৫,৭১১,৭৬৭ | মেডিচন | মিলৱাকি | উইচকনচিন টেৰিটৰি, নৰ্থৱেষ্ট টেৰিটৰিৰ পৰা প্ৰতিষ্ঠিত | ২৫১,৪০০ | |
ৱায়মিং | /waɪˈoʊmɪŋ/ | WY | ১০ জুলাই, ১৮৯০ | ৯৮,৮১৮ বৰ্গ মাইল (২৫৩,৩৪৮ বৰ্গ কিমি) |
৫৬৮,১৫৮ | চেয়ান | চেয়ান | ৱায়মিং টেৰিটৰি | ৩৮,২০০ |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.