আমাৰ সোনাৰ বাংলা
বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত / From Wikipedia, the free encyclopedia
আমাৰ সোনাৰ বাংলা (বঙালী: আমার সোনার বাংলা, "মোৰ সোণৰ বংগ") গানটো হৈছে বাংলাদেশৰ জাতীয় সঙ্গীত। এই গানটোৰ ৰচনা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ। ১৯০৫ খ্ৰীষ্টাব্দৰ বংগ-ভংগ আন্দোলনৰ পৰিপ্ৰেক্ষিতত এই গানটো ৰচনা কৰা হৈছিল। ১৯৭২ খ্ৰীষ্টাব্দত এই গানটোৰ প্ৰথম দহ শাৰী সদ্যগঠিত গণপ্ৰজাতন্ত্ৰী বাংলাদেশৰ জাতীয় সঙ্গীত হিচাবে নিৰ্বাচন কৰা হয়[1]। আনুষ্ঠানিকভাবে কেবল প্ৰথম চাৰি শাৰী গোৱা হয়।
ক্ষিপ্ৰ তথ্য গীতিকাৰ, সুৰকাৰ ...
আমার সোনার বাংলা | |
![]() | |
গীতিকাৰ | ৰবীন্দ্ৰনাথ ঠাকুৰ, ১৯০৫ |
---|---|
সুৰকাৰ | ৰবীন্দ্ৰনাথ ঠাকুৰ, ১৯০৫ |
গ্ৰহণৰ তাৰিখ | ১৯৭২ |
সংগীতৰ নমুনা | |
|
বন্ধ কৰক
![]() |
|
ইউ এছ নেভি বেণ্ডৰ যন্ত্ৰ সংগীত সংস্কৰণ | |
|
|
এই ফাইলটো শুনাত অসুবিধা পাইছে? মিডিয়া সাহাৰ্য চাওক |
![]() |
|
পৰম্পৰাগত যন্ত্ৰ সংগীত সংস্কৰণ | |
|
|
এই ফাইলটো শুনাত অসুবিধা পাইছে? মিডিয়া সাহাৰ্য চাওক |
সোনাৰ শব্দটোৰ অৰ্থ হৈছে 'সোণেৰে নিৰ্মিত', কিন্তু গানটোত সোনাৰ বাংলা শব্দটোৱে বেংগলৰ মূল্য অথবা ধান খেতি চপোৱাৰ আগতে ধাননি পথাৰৰ ৰঙক সূচাইছে।