আমচোং অভয়াৰণ্য
From Wikipedia, the free encyclopedia
আমচোং অভয়াৰণ্য (ইংৰাজী: Amchang Wildlife Sanctuary) অসমৰ কামৰূপ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। আমচোং নামটোৰ উতপত্তি অভৰাণ্যৰ মাজতে থকা কাৰ্বি গাওঁ আমচেং (বৰ্তমান আমচিং) গাওঁ খনৰ নামৰ আধাৰত নামাকৰন কৰা হৈছে। [1]ই পূব-কামৰূপ বনবিভাগৰ অন্তৰ্গত।