![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/2a/Bihar_district_location_map_Araria.svg/langas-640px-Bihar_district_location_map_Araria.svg.png&w=640&q=50)
অৰৰিয়া জিলা
বিহাৰৰ এখন জিলা / From Wikipedia, the free encyclopedia
অৰৰিয়া জিলা ভাৰতৰ বিহাৰ ৰাজ্যত অৱস্থিত এখন জিলা। অৰৰিয়া এই জিলাখনৰ সদৰ ঠাই। জিলাখনৰ মাটিকালি ২,৮৩০ বৰ্গ কিলোমিটাৰ। এই জিলা পূৰ্ণিয়া সংমণ্ডলৰ অন্তৰ্গত।
ক্ষিপ্ৰ তথ্য অৰৰিয়া জিলা, দেশ ...
অৰৰিয়া জিলা | |
---|---|
— বিহাৰৰ জিলা — | |
![]() |
|
দেশ | ভাৰত |
ৰাজ্য | বিহাৰ |
সংমণ্ডল | পূৰ্ণিয়া |
সদৰ | অৰৰিয়া |
মাটিকালি | |
- মুঠ | ২,৮৩০ কি.মি.২ (১,০৯২.৭ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ২৮,১১,৫৬৯ জন |
- জনঘনত্ব | ৯৯৩.৫ প্ৰতি বৰ্গ কি.মি. (২,৫৭৩.১ প্ৰতি বৰ্গ মাইল) |
জনগাঁথনি | |
- সাক্ষৰতা | 53.53%(2011) |
- লিংগ অনুপাত | 100 |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+05:30) |
প্ৰধান ঘাইপথ | NH 57 |
ৱেবছাইট | araria |
বন্ধ কৰক