![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/2f/Sita-Ashok_%2528Saraca_asoca%2529_flowers_in_Kolkata_W_IMG_4146.jpg/640px-Sita-Ashok_%2528Saraca_asoca%2529_flowers_in_Kolkata_W_IMG_4146.jpg&w=640&q=50)
অশোক ফুল
From Wikipedia, the free encyclopedia
অশোক ফুল (অৰ্থাৎ যাৰ শোক নাই) এবিধ লেগুম (legume) অৰ্থাৎ মাহ পৰিয়ালৰ কেছালপিনিওডি (Caesalpinioideae ) উপ-পৰিয়ালৰ অন্তৰ্গত উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ছাৰাকা অশোকা (Saraca asoca)। ভাৰত উপমহাদেশ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ সাংস্কৃতিত ইয়াৰ এক বিশেষ স্থান আছে।[2]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য অশোক গছ, সংৰক্ষণ স্থিতি ...
অশোক গছ | |
---|---|
![]() | |
এথোপা অশোক ফুল | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Fabales |
পৰিয়াল: | Fabaceae |
গণ: | Saraca |
প্ৰজাতি: | S. asoca |
বৈজ্ঞানিক নাম | |
Saraca asoca (Roxb.) Wilde | |
সমাৰ্থক[1] | |
|
বন্ধ কৰক