অশোকসুন্দৰী
কল্পনাৰ হিন্দু দেৱী / From Wikipedia, the free encyclopedia
অশোকসুন্দৰী (সংস্কৃত: अशोकसुंदरी ) এগৰাকী হিন্দু দেৱী৷ তেওঁ শিৱ আৰু পাৰ্বতীৰ কন্যা আছিল৷ পদ্ম পুৰাণত অশোকসুন্দৰীৰ উল্লেখ আৰু বৰ্ণনা পোৱা যায়৷[1] দক্ষিণ ভাৰতত বালা ত্ৰিপুৰাসুন্দৰী দেৱীৰ ৰূপত তেওঁৰ পূজা অৰ্চনা কৰা হয়৷
ক্ষিপ্ৰ তথ্য অশোকসুন্দৰী, দেৱনাগৰী ...
অশোকসুন্দৰী | |
---|---|
কল্পনাৰ দেৱী | |
অশোকসুন্দৰীৰ পেইণ্টিং | |
দেৱনাগৰী | अशोकसुंदरी |
সংস্কৃত লিপ্যন্তৰ | Aśokasundarī |
সম্পৰ্ক | দেৱী, বালা ত্ৰিপুৰাসুন্দৰী |
নিবাস | কৈলাস |
সঙ্গী | নহুষ |
পিতৃ-মাতৃ | শিৱ (পিতৃ) আৰু পাৰ্বতী (মাতৃ) |
সহোদৰ | কাৰ্তিক আৰু গণেশ (জ্যেষ্ঠ ভ্ৰাতৃদ্বয়) |
সন্তান | যযাতি আৰু ১০০গৰাকী কন্যা |
হিন্দু পাঠ্য | পদ্ম পুৰাণ |
বন্ধ কৰক