অমিতাভ ঘোষ
ভাৰতীয় সাহিত্যিক / From Wikipedia, the free encyclopedia
অমিতাভ ঘোষ (ইংৰাজী: Amitav Ghosh; জন্ম ১১ জুলাই ১৯৫৬)[1] হৈছে এগৰাকী ভাৰতীয় ঔপন্যাসিক, প্ৰবন্ধকাৰ তথা শিক্ষাবিদ। তেওঁ ইংৰাজী ভাষাত ৰচিত কল্প-সাহিত্যৰ বাবে বিশেষভাবে পৰিচিত। ১৮৩০ৰ দশকৰ প্ৰথম আফিং যুদ্ধৰ পটভূমিত ৰচিত তিনিখন উপন্যাসৰ 'আইবিচ ত্ৰিলজী' শৃঙ্খলা বাবে তেওঁ জনপ্ৰিয়। তেওঁৰ সাহিত্যকৃতিৰ বাবে সাহিত্য অকাডেমি বঁটা, পদ্মশ্ৰী, জ্ঞানপীঠ বঁটাৰ লগতে আন বহুতো বঁটাৰে তেওঁ সন্মানিত। ইংৰাজীৰ ভাষাৰ সাহিত্যৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ প্ৰথমজন সাহিত্যিক।[3]
ক্ষিপ্ৰ তথ্য অমিতাভ ঘোষ, জন্ম ...
অমিতাভ ঘোষ | |
---|---|
২০১৭ চনত অমিতাভ ঘোষ | |
জন্ম | ১১ জুলাই, ১৯৫৬ (৬৮ বছৰ)[1] কলকাতা, পশ্চিমবঙ্গ, ভাৰত |
পেচা | সাহিত্যিক, শিক্ষাবিদ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয়[2] |
মাতৃশিক্ষায়তন | দিল্লী বিশ্ববিদ্যালয় (স্নাতক, স্নাতকোত্তৰ) অক্সফ'ৰ্ড বিশ্ববিদ্যালয় (ডক্টৰেট) |
ধৰণ | ঐতিহাসিক কল্প-সাহিত্য |
উল্লেখনীয় কৰ্মৰাজি |
|
উল্লেখযোগ্য বঁটা |
|
দাম্পত্যসংগী | ডেৱৰাহ বেকাৰ |
ৱেবছাইট | www |
বন্ধ কৰক