অভিযন্তা
From Wikipedia, the free encyclopedia
যিজন ব্যক্তিৰ অভিযান্ত্ৰিক বিদ্যাৰ ব্যৱহাৰিক জ্ঞান আছে আৰু বৈজ্ঞানিক জ্ঞান, গণিত আৰু মানসিক কৌশলৰ সহায় লৈ কাৰিকৰী,সামাজিক আৰু অৰ্থনৈতিক সমস্যাবোৰ সমাধান কৰাৰ লগত জড়িত, তেওঁক অভিযন্তা (ইঞ্জিনিয়াৰ) বোলা হয়। অভিযন্তাই নিৰাপত্তা, আৰ্থিক আৰু বস্তুগত গুৰুত্ব বিবেচনা কৰি সামগ্ৰী, আকৃতি আৰু প্ৰণালী ৰূপাঙ্কণ কৰে । [1][2] 'ইঞ্জিনিয়াৰ' শব্দটোৰ উৎস লেটিন ভাষাৰ ingeniare ("to contrive, devise") andingenium ("cleverness") শব্দটোত পোৱা যায় । [3][4]
ক্ষিপ্ৰ তথ্য জীৱিকা, নাম ...
Conference of Engineers at the Menai Straits Preparatory to Floating one of the Tubes of the Britannia Bridge, by John Seymour Lucas, 1868 | |
জীৱিকা | |
---|---|
নাম | Engineer/অভিযন্তা |
প্ৰকাৰ |
জীৱিকা |
সক্ৰিয়তাৰ ক্ষেত্ৰ |
ভৌতিক বিজ্ঞান ৰ প্ৰয়োগ |
বিৱৰণ | |
যোগ্যতা | গণিত,বৈজ্ঞানিক জ্ঞান,পৰিচালনা দক্ষতা |
প্ৰয়োজনীয় শিক্ষা |
অভিযান্ত্ৰিক শিক্ষা |
নিযুক্তিৰ ক্ষেত্ৰ |
অনুসন্ধান আৰু উন্নতি, উদ্যোগ, ব্যৱসায় |
সম্পৰ্কিত চাকৰি |
বৈজ্ঞানীক, স্থাপত্যবিদ, প্ৰকল্প পৰিচালক |
বন্ধ কৰক