অপৰ্ণা সেন
ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, চিত্ৰনাট্যকাৰ আৰু অভিনেত্ৰী / From Wikipedia, the free encyclopedia
অপৰ্ণা সেন (ইংৰাজী: Aparna Sen; বিবাহৰ পূৰ্বে অপৰ্ণা দাসগুপ্ত; জন্ম:২৫ অক্টোবৰ, ১৯৪৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালিকা আৰু অভিনেত্ৰী, যি বঙালী চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। তেওঁ নটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পোৱাৰ উপৰিও ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰিছে।[1]
ক্ষিপ্ৰ তথ্য অপৰ্ণা সেন, জন্ম ...
অপৰ্ণা সেন | |
---|---|
২০১৪ৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাত অপৰ্ণা সেন | |
জন্ম | অপৰ্ণা দাসগুপ্ত ২৫ অক্টোবৰ, ১৯৪৫ (৭৮ বছৰ) কলকাতা, বেঙ্গল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত |
পেচা | অভিনয়, পৰিচালনা, চিত্ৰনাট্য লেখন |
সক্ৰিয় হৈ থকা সময় | ১৯৬১ৰ পৰা বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | সঞ্জয় সেন মুকুল শৰ্মা কল্যাণ ৰায় |
সন্তান | কংকনা সেন শৰ্মাৰ সৈতে মুঠ ২জন |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা |
বন্ধ কৰক