অনুৰাধাপুৰা
From Wikipedia, the free encyclopedia
অনুৰাধাপুৰা (সিংহল: අනුරාධපුරය ; তামিল: அனுராதபுரம்) হ’ল শ্ৰীলংকাৰ এখন ঐতিহাসিক চহৰ তথা শ্ৰীলংকাৰ পুৰণি ৰাজধানী। এই চহৰখন এসময়ত অনুৰাধাপুৰা সাম্ৰাজ্যৰ অন্তৰ্গত আছিল। বৰ্তমান অনুৰাধাপুৰা হ’ল শ্ৰীলংকাৰ এখন গুৰুত্বপূৰ্ণ চহৰ তথা পৰ্যটনস্থলী। শ্ৰীলংকা চৰকাৰে বৰ্তমান এই চহৰখনক কেন্দ্ৰ কৰি পৰ্যটন শিল্পৰ বিকাশৰ ওপৰত গুৰুত্ব দিছে।[1]
ক্ষিপ্ৰ তথ্য অনুৰাধাপুৰাৰ পবিত্ৰ চহৰ, দেশ ...
অনুৰাধাপুৰাৰ পবিত্ৰ চহৰ | |
---|---|
বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম | |
দেশ | শ্ৰীলংকা |
ধৰণ | সাংস্কৃতিক |
মাপকাঠি | ii, iii, vi |
উদ্ধৃতি | ২০০ |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | এছিয়া প্ৰশান্ত |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ১৯৮২ (ষষ্ঠ অধিবেশন) |
বন্ধ কৰক
ক্ষিপ্ৰ তথ্য অনুৰাধাপুৰা අනුරාධපුරය அனுராதபுரம், দেশ ...
অনুৰাধাপুৰা අනුරාධපුරය அனுராதபுரம் |
|
---|---|
— চহৰ — | |
Anuradhapura Kuttam-Pokuna.jpgকুট্টম প'কুনা | |
ভৌগোলিক স্থানাংক: 8°21′0″N 80°23′7″E | |
দেশ | শ্ৰীলংকা |
প্ৰান্ত | উত্তৰ কেন্দ্ৰীয় প্ৰান্ত |
জিলা | অনুৰাধাপুৰা |
স্থাপিত হৈছিল | খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাত |
চৰকাৰ | |
- প্ৰকাৰ | নগৰপালিকা পৰিষদ |
- মেয়ৰ | |
মাটিকালি | |
- চহৰ | ৭,১৭৯ কি.মি.২ (২,৭৭১.৮ বৰ্গ মাইল) |
- চহৰাঞ্চল | ৩৬ কি.মি.২ (১৩.৯ বৰ্গ মাইল) |
উচ্চতা | ৮১ মিটাৰ (২৬৫.৭৫ ফুট) |
জনসংখ্যা (২০১২) | |
- চহৰ | ৫০,৫৯৫ জন |
- জনঘনত্ব | ২,৩১৪ প্ৰতি বৰ্গ কি.মি. (৫,৯৯৩.২ প্ৰতি বৰ্গ মাইল) |
বিশেষণ | অনুৰাধিয়ানছ |
সময় অঞ্চল | শ্ৰীলংকা মান সময় (গ্ৰী.মা.স.+৫:৩০) |
ডাক কোড | ৫০০০০ |
বন্ধ কৰক