অখিল ভাৰতীয় হিন্দু মহাসভা
From Wikipedia, the free encyclopedia
অখিল ভাৰতীয় হিন্দু মহাসভা (ইংৰাজী: All-India Hindu Assembly) ভাৰতৰ এটা হিন্দু জাতীয়তাবাদী ৰাজনৈতিক দল। এই সংগঠনটো ১৯০৬ চনত মুছলিম গঠন তথা মৰ্লে-মিণ্টো সংস্কাৰৰ অধীনত ভাৰত চৰকাৰে মুছলমানসকলৰ বাবে সুকীয়া নিৰ্বাচনী ব্যৱস্থা কৰাৰ পিছত ব্ৰিটিছ ভাৰতৰ হিন্দু সম্প্ৰদায়ৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ গঠন কৰা হৈছিল। ভাৰতৰ আটাইতকৈ পুৰণি হিন্দু জাতীয়তাবাদী ৰাজনৈতিক দল যদিও এই দলটোৱে স্বাধীনতাৰ আগতেই হওক বা পিছতেই হওক, ভাৰতীয় ৰাজনীতিত খুব কম পৰিমাণে প্ৰভাৱ পেলাব পাৰিছে।
ক্ষিপ্ৰ তথ্য ' ...
' | |
---|---|
সংসদীয় সভাপতি | |
লোকসভাত নেতা | |
ৰাজ্যসভাত নেতা | |
প্ৰতিষ্ঠা | ১৯১৫ (সংগঠনৰ ৰূপত) ১৯৩৩ (ৰাজনৈতিক দলৰ ৰূপত) |
মূখ্য কাৰ্যালয় | নতুন দিল্লী |
ৰাজনৈতিক মতাদৰ্শ | হিন্দুত্ব[1] হিন্দু জাতীয়তাবাদ উগ্ৰ জাতীয়তাবাদ[2][3] সামাজিক ৰক্ষণশীলতা [4][5] ৰাষ্ট্ৰীয় ৰক্ষণশীলতা [6] অৰ্থনৈতিক জাতীয়তাবাদ [7] সোঁপন্থী জনাধিকাৰবাদ[8] |
বন্ধ কৰক