অ
স্বৰবৰ্ণ / From Wikipedia, the free encyclopedia
অ(IPA:ɔ) অসমীয়া লিপিৰ স্বৰবৰ্ণৰ প্ৰথম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'অ'ও এটি স্বৰধ্বনি, সেয়েহে 'অ' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'অ'-ক এনেদৰে লিখা যায়।