শ্ৰেণী:ব্যক্তি
ৱিকিমিডিয়াৰ শ্ৰেণী / From Wikipedia, the free encyclopedia
কোনো ব্যক্তিৰ জীৱন বৃত্তান্ত ৰচনা, কিতাপ বা অন্য কোনো মাধ্যমৰ দ্বাৰা হোৱা প্ৰকাশ হ’ল ব্যক্তিজনৰ জীৱনী। জীৱনী জীৱন কালত সংঘটিত হোৱা ভিন ভিন ঘটনাৰ তালিকা নহয়, ই সেই ঘটনাবোৰৰ অভিজ্ঞতাৰ ৰূপেৰখা। জীৱনী হ’ল ব্যক্তিজনৰ জীৱনৰ বিভিন্ন পটৰ আভাস, অভিজ্ঞতাৰ সবিশেষ বৰ্ণনা আৰু ব্যক্তিত্বৰ বিশ্লেষণ।
এই শ্ৰেণীত থকা প্ৰবন্ধসমূহ উপযুক্ত উপ-শ্ৰেণীলৈ নিয়াতো উচিত এই শ্ৰেণীতো অতি ডাঙৰ হৈ নাযাবলৈ, ইয়াৰ নিয়মিত চোৱাচিতাৰ প্ৰয়োজন। এই পৃষ্ঠাত মূলতঃ উপ-শ্ৰেণী সমূহ থকা উচিত। |
ৱিকিমিডিয়া কমন্সত ব্যক্তি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |