দিছপুৰ
অসমৰ ৰাজধানী / From Wikipedia, the free encyclopedia
দিছপুৰ /dɪsˈpʊər/,(ইংৰাজী: Dispur) অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত বৃহত্তৰ গুৱাহাটী মহানগৰৰ অন্তৰ্গত এটা নগৰাঞ্চল। ১৯৭৩ চনৰ পৰাই এই অঞ্চলটো অসমৰ ৰাজধানী হিচাপে পৰিগণিত হৈ আহিছে। অসম সচিবালয় আৰু অন্যান্য গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্য্যালয়সমূহ এই অঞ্চলত অৱস্থিত।
ক্ষিপ্ৰ তথ্য দিছপুৰ, দেশ ...
দিছপুৰ | |
---|---|
— ৰাজধানী চহৰ — | |
ভৌগোলিক স্থানাংক: 26°08′27″N 91°47′27″E | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
অঞ্চল | পশ্চিম অসম |
জিলা | কামৰূপ মহানগৰ |
উচ্চতা | ৫৫ মিটাৰ (১৮০.৪৫ ফুট) |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
PIN | 781005 |
Telephone code | 91 - (0) 361 - XX XX XXX |
যানবাহনৰ নম্বৰ | AS - 25 |
Climate | AC (Köppen) |
বন্ধ কৰক