ৰুব আল-হিজাব
From Wikipedia, the free encyclopedia
ৰুব আল-হিজাব (আৰবী: ربع الحزب, rubʿ al-ḥizb), আৰবীয় ইছলামিক ষ্টাৰ নামেৰেও জনাজাত। ৰুব-আল-হিজব কুৰাইশ্ব জনগোষ্ঠীৰ আৰব প্ৰতীক। ই অষ্টভুজৰ আকৃতিৰ, দুটা ওপৰত ওপৰ সোমাই থকা বৰ্গ হিচাপে প্ৰতিনিধিত্ব কৰা হয়। ইয়াক কেইবাটাও প্ৰতীক আৰু পতাকাত পোৱা গৈছে। এই বিভাজন ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে কোৰআন পাঠত সুবিধা হোৱা।
ক্ষিপ্ৰ তথ্য ۞, ৰুব আল-হিজাব ...
۞ | |
---|---|
ৰুব আল-হিজাব | |
In Unicode | U+06DE ۞ arabic start of rub el hizb (HTML: ۞ এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "[" ) |
বন্ধ কৰক