ৰিচাৰ্ড থেলাৰ
আমেৰিকান অৰ্থনীতিবিদ / From Wikipedia, the free encyclopedia
ৰিচাৰ্ড এইছ. থেলাৰ (/ˈθeɪlər/;জন্ম: ১২ ছেপ্টেম্বৰ, ১৯৪৫) এজন আমেৰিকান অৰ্থনীতিবিদ আৰু চিকাগ' বিশ্ববিদ্যালয়ৰ বুথ স্কুল অফ বিজনেছৰ ব্যৱহাৰবাদী অৰ্থনীতিৰ ৰাল্ফ আৰু ডৰথী বিশিষ্ট সেৱা আসনৰ অধ্যাপক।
ক্ষিপ্ৰ তথ্য ৰিচাৰ্ড থেলাৰ, জন্ম ...
ৰিচাৰ্ড থেলাৰ | |
---|---|
জন্ম | ১২ ছেপ্টেম্বৰ, ১৯৪৫ (৭৮ বছৰ) ইষ্ট অৰেঞ্জ, নিউ জাৰ্চি, আমেৰিকা যুক্তৰাষ্ট্ৰ |
ক্ষেত্ৰ | ব্যৱহাৰবাদী অৰ্থনীতি |
শিক্ষানুষ্ঠান | কেচ ৱেষ্টাৰ্ণ ৰিজাৰ্ভ বিশ্ববিদ্যালয় (স্নাতক) ৰচেষ্টাৰ বিশ্ববিদ্যালয় (স্নাতকোত্তৰ, পিএইছডি) নেৱৰ্ক একাডেমী[1] |
ডক্তৰেল পৰামৰ্শদাতা | শ্বেৰৱিন ৰছেন |
প্ৰভাৱ | ডেনিয়েল কাহনেমেন হেবাৰ্ট এ. ছাইমন |
প্ৰভাৱান্বিত কৰিছে | জৰ্জ লওষ্টাইন ডান অৰিলি |
উল্লেখনীয় বঁটা | অৰ্থনীতিৰ নোবেল স্মৃতি বঁটা (২০১৭) |
বন্ধ কৰক
অৰ্থনীতিৰ এক নতুন ধাৰা ব্যৱহাৰবাদী অৰ্থনীতিৰ শাখা ব্যৱহাৰবাদী বিত্তৰ সূত্ৰকাৰ হিচাপে তেওঁ পৰিচিত। তেওঁ ডেনিয়েল কাহনেমেনৰ লগত লগ লাগি ব্যৱহাৰবাদী অৰ্থনীতিৰ ন ন দিশ উন্মোচন কৰে। ২০১৭ চনত ব্যৱহাৰবাদী অৰ্থনীতিলৈ আগবঢ়োৱা অৱদানৰ অৱদানৰ বাবে তেওঁক অৰ্থনীতিৰ নোবেল স্মৃতি বঁটা প্ৰদান কৰা হয়।[2][3][4][5]