ৰাজা হৰিশ্চন্দ্ৰ (চলচ্চিত্ৰ)
প্ৰথম ভাৰতীয় বোলছবি / From Wikipedia, the free encyclopedia
ৰাজা হৰিশ্চন্দ্ৰ (মাৰাঠী: राजा हरिश्चंद्र) হ'ল দাদাচাহেব ফাল্কেৰ দ্বাৰা প্ৰযোজিত তথা পৰিচালিত প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্যৰ নিৰ্বাক চলচ্চিত্ৰ। ১৯১৩ চনত মুক্তিপ্ৰাপ্ত এই চলচ্চিত্ৰখনৰ কাহিনী ভাৰতীয় পৌৰাণিক চৰিত্ৰ ৰজা হৰিশ্চন্দ্ৰৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে।[1]
ক্ষিপ্ৰ তথ্য ৰাজা হৰিশ্চন্দ্ৰ, পৰিচালক ...
ৰাজা হৰিশ্চন্দ্ৰ | |
---|---|
পৰিচালক | দাদাচাহেব ফাল্কে |
ৰচনা | দাদাচাহেব ফাল্কে |
কাহিনী | ৰণছোড়বাই উদয়ৰাম |
প্ৰযোজক | দাদাচাহেব ফাল্কে |
অভিনয়ত | দত্তাত্ৰেয় দামোদৰ ডাবকে আন্না সালুঙ্কে |
চিত্ৰগ্ৰহণকাৰী | ত্ৰৈম্বক বি. টেলং |
মুক্তি |
৩ মে' ১৯১৩ (1913-05-03) |
দৈৰ্ঘ্য |
৪০ মিনিট |
দেশ | ভাৰত |
ভাষা | নিৰ্বাক চলচ্চিত্ৰ |
বাজেট | ₹ ২০,০০০ |
বন্ধ কৰক