হাৰিয়ানা
ভাৰতৰ এখন ৰাজ্য / From Wikipedia, the free encyclopedia
হাৰিয়ানা (হিন্দী: हरियाणा, পঞ্জাবী: ਹਰਿਆਣਾ) ভাৰতৰ এখন ৰাজ্য। এই ৰাজ্যৰ উত্তৰে পঞ্জাব আৰু হিমাচল প্ৰদেশ আৰু পশ্চিমে আৰু দক্ষিণে ৰাজস্থান অৱস্থিত। পূবে যমুনা নদী, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ। দিল্লী উত্তৰ, পশ্চিম আৰু দক্ষিণ – এই তিনি দিশৰ পৰা হাৰিয়ানাক আৱৰি আছে। এই কাৰণে হাৰিয়ানাৰ ৰাজ্যৰ বৃহৎ অংশ ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ অন্তৰ্গত। হাৰিয়ানাৰ ৰাজধানী চণ্ডীগড় এখন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু পঞ্জাব ৰাজ্যৰো ৰাজধানী। সংস্কৃত ভাষাত হাৰিয়ানা শব্দৰ অৰ্থ “ঈশ্বৰৰ নিবাস“; এই শব্দটোৰ বুৎপত্তি সংস্কৃত “হৰি” (বিষ্ণুৰ আন এটা নাম) আৰু “অয়ন” (নিবাস) শব্দ দুটিৰ পৰা। আন এক মতবাদৰ মতে, সংস্কৃত “হৰিৎ” (সেউজীয়া) শব্দৰ পৰা এই নামৰ উৎপত্তি হৈছে; হাৰিয়ানা নাম এই ৰাজ্যৰ বৃহৎ হৰিৎ তৃণক্ষেত্ৰৰ পৰা আহিছে।[2]
ক্ষিপ্ৰ তথ্য হাৰিয়ানা हरियाणा, ਹਰਿਆਣਾ, ৰাষ্ট্ৰ ...
হাৰিয়ানা हरियाणा, ਹਰਿਆਣਾ |
|
---|---|
— ৰাজ্য — | |
ভাৰতৰ মানচিত্ৰত হাৰিয়ানাৰ অৱস্থান | |
হাৰিয়ানাৰ মানচিত্ৰ | |
ভৌগোলিক স্থানাংক (চণ্ডীগড়): 30°44′N 76°47′E | |
ৰাষ্ট্ৰ | ভাৰত |
অঞ্চল | উত্তৰ |
প্ৰতিষ্ঠা | ১ নভেম্বৰ ১৯৬৬ |
ৰাজধানী | চণ্ডীগড় |
জিলাৰ সংখ্যা | ২১ |
চৰকাৰ | |
- পৰিষদ | হাৰিয়ানা বিধানসভা |
- ৰাজ্যপাল | কপ্তান সিং চলাংকী |
- মুখ্যমন্ত্ৰী | মনোহৰ লাল খট্টৰ (ভাৰতীয় জনতা পাৰ্টী ) |
- বিধানসভা | এককক্ষীয় (৯০ আসন) |
- লোকসভা আসন | ১০ |
- ৰাজ্যসভা আসন | ৫ |
মাটিকালি | |
- ৰাজ্য | ৪৪,২১২ কি.মি.২ (১৭,০৭০.৩ বৰ্গ মাইল) |
অঞ্চলৰ স্থানাংক | ২০তম |
- বনাঞ্চল | ১,৬৮৪ কি.মি.২ (৬৫০.২ বৰ্গ মাইল) |
- জলাভূমি | ৩,৫৫০ কি.মি.২ (১,৩৭০.৭ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- ৰাজ্য | ২,৫৩,৫৩,০৮১ জন |
- স্থান | ১৬তমতম |
- জনঘনত্ব | ৫৭৩ প্ৰতি বৰ্গ কি.মি. (১,৪৮৪.১ প্ৰতি বৰ্গ মাইল) |
- জনঘনত্ব স্থান | ১১তমতম |
- চহৰাঞ্চল | ৮৮,২১,৫৮৮ জন |
- গ্ৰাম্যাঞ্চল | ১,৬৫,৩১,৪৯৩ জন |
ভাষা | |
- চৰকাৰী | হিন্দী, পঞ্জাবী[1] |
- আঞ্চলিক | হাৰিয়ানভি ভাষা |
ৰাজ্য প্ৰতীক | |
- পক্ষী | ক'লা ফ্ৰেংকলীন |
- পশু | নীলগাই |
- ফুল | পদুম |
- গছ | আঁহত |
সময় অঞ্চল | ভামাস (গ্ৰী.মা.স.+০৫:৩০) |
আই এচ অ’ ৩১৬৬ কোড | IN-HR |
যানবাহনৰ নম্বৰ | HR-xx |
মানৱ সম্পদ উন্নয়ন সূচী | ০.৬৪৪ (medium) |
মানৱ সম্পদ উন্নয়ন সূচীত স্থান | ১৭তম (২০১১) |
সাক্ষৰতা হাৰ | ৭৬.৬৪ % |
লিংগ অনুপাত | ৮৭৭ |
গড় আয়ু | ৬৬.২ বছৰ |
জিডিপি | ₹৩,০৯৩.২৬ বিলিয়ন (২০১১-১২) |
জনমুৰি জিডিপি | ₹১০৯,২২৭ (২০১১-১২) |
আৰ্থিক বৃদ্ধি | ৮.১ % |
ৱেবছাইট | www |
বন্ধ কৰক