সুদেষ্ণা
হিন্দু মহাকাব্য মহাভাৰতৰ এক চৰিত্ৰ / From Wikipedia, the free encyclopedia
সুদেষ্ণা বা কৈকেয়ী (ইংৰাজী: Sudeshna) হৈছে মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা মৎসদেশৰ ৰজা বিৰাটৰ পত্নী তথা অভিমন্যুৰ পত্নী উত্তৰাৰ মাতৃ আছিল সুদেষ্ণা। তেওঁ উত্তৰ কুমাৰৰ মাতৃ আৰু কীচকৰ ভনীয়েক আছিল। তেওঁ কেকয় ৰজাৰ কন্যা আছিল কাৰণে তেওঁক কৈকেয়ী বুলিও জনা যায়।[1][2]