সদস্য:Gitartha.bordoloi/upload
From Wikipedia, the free encyclopedia
- টোকা:এই পৃষ্ঠাখন অসমীয়া ৱিকিপিডিয়াত চিত্ৰ আৰু মাল্টিমিডিয়া আপল’ড কৰাৰ বাবে। এটা নতুন প্ৰবন্ধ সৃষ্টি কৰিব বিচাৰিলে, অনুগ্ৰহ কৰি প্ৰবন্ধ সৃষ্টিৰ সহায়িকা চাওক। আপুনি সম্পাদনাৰ বাবে কিবা প্ৰশ্ন সুধিবলগীয়া থাকিলে অথবা পৰীক্ষা নিৰীক্ষাৰ বাবে পৰীক্ষাগাৰ ব্যৱহাৰ কৰিব পাৰিব।
আপুনি যি চিত্র বা মিডিয়া আপল’ড কৰিব খুজিছে সেয়া মুক্ত হয়নে? তেন্তে অনুগ্ৰহ কৰি ৱিকিপিডিয়া কমন্সত একাউণ্ট সৃষ্টি কৰি বা প্ৰৱেশ কৰি চিত্ৰখনক তাতেই আপল’ড কৰক।
আপুনি আপল’ড কৰিব বিচৰা চিত্ৰ অথবা মাল্টিমিডিয়া (শ্ৰৱণযোগ্য অথৱা দৃশ্যশ্ৰাব্য) ফাইল কেনে প্ৰকাৰৰ সেয়া বাচনি কৰিবৰ বাবে তলৰ বিকল্পসমূহৰ মাজৰ পৰা নীলা লিঙ্কত ক্লিক কৰি নিৰ্দিষ্ট আপল’ড ফৰ্ম খুলি সেই ফৰ্ম পুৰণ কৰি চিত্ৰ অথবা মাল্টিমিডিয়া ফাইল আপল’ড কৰক।
- ফাইলটো সম্পূৰ্ণভাবে মোৰ - মই নিজে এয়া সৃষ্টি কৰিছো আৰু ইয়াৰ সৰ্বস্ব স্বত্ত্ব মোৰ, ইয়াত অন্য কোনো ব্যক্তিৰ অৱদান নাই।
- এই ফাইলটো অন্য এটা ৱিকিমিডিয়া প্ৰকল্পত আছে।
(আপুনি আপল’ড কৰিব খোজা ফাইলটো যদি কমন্সৰ আছে তেন্তে দুনাই ইয়াত আপল’ড নকৰিব, কেৱল ফাইলৰ নামটো প্ৰতিলিপি কৰিয়েই ফাইলটো প্ৰবন্ধত সংযোজিত কৰিব পাৰিব। ৱিকিপিডিয়া, ৱিকিগ্ৰন্থ, ৱিকিসংবাদ ইত্যাদিত আছে। আপুনি যদি ইংৰাজী ৱিকিপিডিয়াৰ পৰা কোনো চিত্ৰ ইয়াত আপল’ড কৰিব বিচাৰিছে, তেনে ওপৰৰ বৰ্ণনা মতে বিচাৰ কৰক যে ফাইলৰ উৎস মুক্ত হয়নে নহয়। যদি নহয় ইয়াত আপল’ড কৰিব পাৰে। এনে ক্ষেত্ৰত কেৱল মাত্ৰ ইংৰাজী ৱিকিপিডিয়াৰ সংয়োগ দিলেই নহব। চাওক, তাত মূল কোনো উৎস দিয়া আছে নেকি। যদি আছে আপুনিও সেই উৎস দিব লাগিব। যাতে ইয়াত তাৰ স্বতন্ত্ৰ ভাৱে কপিৰাইট যোগ্যতা বিচাৰ কৰিব পৰা যায়।) - এই ফাইলটোৰ সৃষ্টিকৰ্তা অন্য এজন, যিয়ে মোক এইটো ৱিকিপিডিয়াত ব্যৱহাৰ কৰাৰ অনুমতি দিছে অথবা এই ফাইলটো মুক্ত অনুজ্ঞাপত্ৰৰ আওতাভুক্ত।
- এই ফাইলৰ উৎস মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফেডাৰেল চৰকাৰৰ (ৰাজ্যিক আৰু স্থানীয় চৰকাৰৰ মাজৰ নহয়)
- এই চিত্ৰখন ফ্লিকাৰত পাইছো।
- চিত্ৰখন প্ৰচাৰ-উৎসাহবৰ্ধক আলোকচিত্ৰ, এইখন বিজ্ঞাপন, প্রেছ কিট বা অন্যান্য প্ৰচাৰ-উৎসাহবৰ্ধক উৎসৰ পৰা পোৱা গৈছে।
- এইখন এখন এটা ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ সৌজন্যমূলক কামত ব্যৱহাৰযোগ্য চিত্ৰ।
- এলবামৰ বেটুপাত।
- চিত্ৰখন কিতাপ, ডিভিডি, বাতৰি কাকত, আলোচনী ইত্যাদিৰ বেটুপাত।
- চিত্ৰখন এটা স্ক্ৰীনশ্বট যিটো কোনো চলচ্চিত্ৰ, দূৰদৰ্শন অনুষ্ঠান, কম্পিউটাৰ গেম, ৱেবছাইট, কম্পিউটাৰ প্ৰগ্ৰেম, সংগীত ভিডিঅ’ বা অন্যান্য উৎসৰ পৰা পোৱা হৈছে।
- এইটো এটা প্ৰতীক (Logo): এটা সংস্থা, ব্ৰেণ্ড, দ্ৰব্য, জনগণৰ সুবিধাৰ, অথবা অন্যান্য কৰবাত উপলদ্ধ।
- চিত্ৰখন কোনো ডাকঘৰৰ মোহৰ, টিকট অথবা মুদ্ৰাৰ।
- চিত্ৰখন এটা ৱেবছাইটত পাইছো।
- অন্যান্য
- মই নাজানো যে চিত্ৰখনৰ সৃষ্টিকৰ্তা কোন, বা মই নিশ্চিত নহয় যে ইয়াত দিয়া কোনখন অনুজ্ঞাপত্ৰ সঠিক হ’ব।
- মই ইয়াৰ অনুজ্ঞাপত্ৰ কি হ’ব, সেয়া জানিবৰ বাবে সাহায্য বিচাৰো অথবা মই মিডিয়া কপিৰাইট আৰু সৌজন্যমূলক ব্যৱহাৰৰ নীতি নিৰ্দেশনা সম্পৰ্কে জানিবলৈকো সহায় বিচাৰো।
অনুজ্ঞাপত্ৰ কোনখন হ’ব আৰু ইয়াৰ কপিৰাইট টেগ কি সেয়া জনাৰ বাবে ৱিকিপিডিয়া কপিৰাইট টেগ (ইংৰাজী) চাওক, য’ত আপুনি এখন সম্পূৰ্ণ তালিকা পাব। যদি আপুনি আমাৰ ৱিকিপিডিয়াৰ চিত্ৰ আপল’ডৰ পদ্ধতি (ইংৰাজী) আৰু ছবি ব্যৱহাৰৰ নীতিৰ সম্পৰ্কে সুপৰিচিত আৰু ইতিমধ্যে চিত্ৰৰ অনুজ্ঞাপত্ৰৰ প্ৰয়োগ কৰিব পাৰে, তেন্তে পোনপটীয়াকৈ আপল’ড ফৰ্মত গৈ আপল’ড কৰক।
You must be an established user logged in here on the English Wikipedia before you can upload files directly to this project. If the image you are attempting to upload is free content, please consider uploading it instead to the Wikimedia Commons as explained above, where it can then be displayed directly on all Wikimedia projects, including here on the English Wikipedia.