শুক্ৰ গ্ৰহ
From Wikipedia, the free encyclopedia
শুক্ৰ গ্ৰহ সূৰ্যৰ পৰা দূৰত্বৰ দিশত সৌৰজগতৰ দ্বিতীয় গ্ৰহ। এই পাৰ্থিৱ গ্ৰহটোক অনেক সময়ত পৃথিৱীৰ "ভনী গ্ৰহ" বুলি আখ্যায়িত কৰা হয়, কাৰণ পৃথিৱী আৰু শুক্ৰৰ মাজত গাঠনিক উপাদান আৰু আচাৰ আচৰণ বহুতো সাদৃশ্য আছে। এই গ্ৰহটো আগতে যেতিয়া পৃথিৱীৰ আকাশত দেখা গৈছিল তেতিয়া তাক "লুছিফাৰ" বা "চয়তান" নামেৰে নামকৰণ কৰিছিল।
ক্ষিপ্ৰ তথ্য বিৱৰণ, বিশেষণ ...
বৰ্ণনাৰ বাবে চিত্ৰখনৰ ওপৰত ক্লিক কৰক | |||||||||||||
বিৱৰণ | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
বিশেষণ | Venusian অথবা মাজেমাজে Cytherean | ||||||||||||
কক্ষপথৰ বৈশিষ্ট্য | |||||||||||||
যুগ জে২০০০ | |||||||||||||
অপসূৰ | ১০৮,৯৪১,৮৪৯ কিমি ০.৭২৮ ২৩১ ২৮ এইউ ৬৭,৬৯৩,৪৮৮ মাইল | ||||||||||||
অনুসূৰ | ১০৭,৪৭৬,০০২ কিমি ০.৭১৮ ৪৩২ ৭০ এইউ ৬৬,৭৮২,৬৫১ মাইল | ||||||||||||
অৰ্ধ-মুখ্য অক্ষ | ১০৮,২০৮,৯২৬ কিমি ০.৭২৩ ৩৩১ ৯৯ এইউ ৬৭,২৩৯,০৭০ মাইল | ||||||||||||
উৎকেন্দ্ৰতা | ০.০০৬ ৭৭৩ ২৩ | ||||||||||||
পৰ্যায়কাল | ৫৮৩.৯২ দিন | ||||||||||||
গড় কক্ষীয় দ্ৰুতি | ৩৫.০২০ কিমি/ছে | ||||||||||||
নতি | ৩.৩৯৪ ৭১° (সৌৰ বিষুবৰ সৈতে ৩.৮৬°) | ||||||||||||
উদ্বিন্দুৰ দ্ৰাঘিমা | ৭৬.৬৮০ ৬৯° | ||||||||||||
উপগ্ৰহসমূহ | নাই | ||||||||||||
ভৌতিক বৈশিষ্ট্যসমূহ | |||||||||||||
বিষুৱীয় ব্যাসাৰ্ধ | ৬,০৫১.৯ কিমি (০.৯৫ পৃথিৱী) | ||||||||||||
পৃষ্ঠৰ ক্ষেত্ৰফল | ৪.৬০×১০৮ কিমি২ (০.৯০২ পৃথিৱী) | ||||||||||||
আয়তন | ৯.২৮×১০১১ কিমি³ (০.৮৫৭ পৃথিৱী) | ||||||||||||
ভৰ | ৪.৮৬৮৫×১০২৪ কেজি (০.৮১৫ পৃথিৱী) | ||||||||||||
গড় ঘনত্ব | ৫.২০৪ গ্ৰাম/cm৩ | ||||||||||||
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ | ৮.৮৭ মি/ছে২ (০.৯০৪ g) | ||||||||||||
পলায়ন বেগ | ১০.৩৬ কিমি/ছে | ||||||||||||
নাক্ষত্ৰিক ঘূৰ্ণনকাল | −২৪৩.০১৮৫ দিন | ||||||||||||
বিষুৱীয় অঞ্চলত ঘূৰ্ণন বেগ | ৬.৫২ কিমি/ঘ (বিষুবত) | ||||||||||||
অক্ষীয় ঢাল | ২.৬৪° | ||||||||||||
উত্তৰ মেৰুৰ বিষুৱাংশ | ২৭২.৭৬° (১৮ ঘ ১১ মিন ২ ছে) ১ | ||||||||||||
উত্তৰ মেৰুৰ বিষুৱলম্ব | ৬৭.১৬° | ||||||||||||
প্ৰতিফলন অনুপাত | ০.৬৫ | ||||||||||||
| |||||||||||||
বায়ুমণ্ডল | |||||||||||||
পৃষ্ঠৰ চাপ | ৯.২ মেগা পাষ্কেল | ||||||||||||
আয়তন অনুসৰি সংযুতি | ~৯৬.৫% কাৰ্বন ডাই অক্সাইড ~৩.৫% নাইট্ৰজেন .০১৫% ছালফাৰ ডাই অক্সাইড .০০৭% আৰ্গন .০০২% বাষ্প .০০১৭% কাৰ্বন মনোক্সাইড .০০১২% হিলিয়াম .০০০৭% নিয়ন trace কাৰ্বনিল ছালফাইড trace হাইড্ৰজেন ক্লোৰাইড trace হাইড্ৰজেন ফ্লৰাইড | ||||||||||||
বন্ধ কৰক