লুক লাও
From Wikipedia, the free encyclopedia
লুক লাও বা ৰহি হল লাওৰ এটা ডাঠ ৰূপ। ই আহোম ভাষাৰ পৰা আহিছে আৰু ইয়াক সাধাৰণতে আহোমসকলে ব্যৱহাৰ কৰে।
এই প্ৰবন্ধটো লাও (পানীয়) নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
ক্ষিপ্ৰ তথ্য প্ৰকাৰ, প্ৰস্তুতকৰ্তা ...
প্ৰকাৰ | ডাঠ , চেপা |
---|---|
প্ৰস্তুতকৰ্তা | আহোম জনগোষ্ঠী |
উৎপত্তিৰ দেশ | গুৱাংচি , দক্ষিণ চীন |
ৰং | বগা (চাউল আৰু ভীমকলৰ ক্ষেত্ৰত), হালধীয়া (কঠালৰ ক্ষেত্ৰত) |
সোৱাদ | চাউল,কঠাল,ভীমকল |
ভিন্ন প্ৰকাৰ | লোক লাও, নাম লাও |
আনুষংগিক পণ্য | লাও |
বন্ধ কৰক