মাউণ্ট ফুজি
জাপানৰ ইয়ামানাছি আৰু শ্বিজুওকা প্ৰিফেকচাৰত থকা আগ্নেয়গিৰি / From Wikipedia, the free encyclopedia
মাউণ্ট ফুজি বা Mount Fuji (富士山, Fujisan?, ɸɯᵝꜜdʑisaɴ),
ক্ষিপ্ৰ তথ্য মাউণ্ট ফুজি Mount Fuji, Prominence ...
মাউণ্ট ফুজি Mount Fuji | |
---|---|
২০১৬ চনত মাউণ্ট ফুজি | |
Prominence | 3,776 m (12,388 ft)[1] ৩৫ তম উচ্চ শৃংগ |
তালিকা | জাপানৰ সৰ্বোচ্চ শৃংগ জাপানৰ ১০০ টা বিখ্যাত পৰ্বত |
উচ্চাৰণ | ɸɯᵝꜜdʑisaɴ |
অৱস্থান | |
অৱস্থিতি | চুবু অঞ্চল, হনচু, জাপান |
স্থানাংক | 35°21′29″N 138°43′52″E[2] |
টপ' মেপ | ভৌগলিক তথ্য সংস্থান 25000:1 富士山[3] 50000:1 富士山 |
ভূতত্ত্ব | |
প্ৰকাৰ | সুপ্ত আগ্নেয়গিৰী |
শেহতীয়া উদ্গীৰণ | 1707 to 1708[4] |
আৰোহন | |
প্ৰথম আৰোহনকাৰী | এন নো গ্যজা(役行者, En no gyoja, En no Odzuno), ৬৩৩ |
সহজতম পথ | হাইকিং |
আধিকাৰিক নাম | Fujisan, sacred place and source of artistic inspiration |
ধৰণ | সাংস্কৃতিক |
চৰ্ত | iii, vi |
নিৰ্ধাৰিত | 2013 (37th session) |
প্ৰসংগ সংখ্যা | 1418 |
State Party | জাপান |
Region | এছিয়া |
বন্ধ কৰক
Mount Fuji (富士山, Fuji-san) জাপানৰ সৰ্বোচ্চ পৰ্বত। ইয়াৰ উচ্চতা৩,৭৭৬ মিটাৰ (12,388 ফুট)।[5] লগতে ই এটা আগ্নেয়গিৰী। ই শ্বিজোকা আৰু য়ামানাশিৰ সীমাত অৱস্থিত। মাউণ্ট ফুজি জাপানৰ সাংস্কৃতিক চিহ্ন। ২০১৩ চনত ই জাপানৰ ১৩তম ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত পৰিণত হয়। ১৭০৭ৰ পৰা ১৭০৮ চনলৈ ই শেষৰ বাৰৰ বাবে উদ্গীৰিত হৈছিল।