বৃক্ক
From Wikipedia, the free encyclopedia
বৃক্ক হ'ল মানুহ আৰু আন সকলো মেৰুদণ্ডী প্ৰাণীৰ প্ৰধান ৰেচন অংগ। ই মূত্ৰ উৎপাদন আৰু বহিষ্কাৰ কৰে, আৰু লগতে শৰীৰৰ পানী বা ইলেকট্ৰোলাইট (চদিয়াম, পটাচিয়াম, ইত্যাদি) ৰ ভাৰসাম্য বজায় ৰাখে। বৃক্কৰ উপদেহীয় অংশইঅন্তঃস্ৰাৱী গ্ৰন্থি হিচাপে কাম কৰে। অঙ্গটি পেৰিট'নিয়ামৰ পাছফালে অবস্থিত। বৃক্ক বক্ষদেশীয় ১২ নং কশেৰুকা (T12) অঞ্চলৰপৰা তৃতীয় ককাঁলৰ কশেৰুকা (L3) পৰ্যন্ত বিস্তৃত। যকৃৎৰ অৱস্থানৰ বাবে সোঁ বৃক্ক বাঁও বৃক্কতকৈ সামান্য তলত অৱস্থিত।[1]
ক্ষিপ্ৰ তথ্য বৃক্ক (Kidney), সবিশেষ ...
বৃক্ক (Kidney) | |
---|---|
বৃক্ক, পৃষ্ঠীয় দৃশ্য ( মেৰুদণ্ড আতৰোৱা হৈছে )। | |
সবিশেষ | |
তন্ত্ৰ | ৰেচন তন্ত্ৰ, অন্তঃস্ৰাৱী তন্ত্ৰ |
ধমনী | ৰেচন ধমনী |
সিৰা | ৰেচন শিৰা |
স্নায়ু | ৰেচন প্লেক্সাছ |
চিনাক্তকাৰক | |
লেটিন | ৰেন ( Ren) |
গ্ৰীক | নেফ্ৰ'চ ( Nephros) |
MeSH | D007668 |
TA98 | A08.1.01.001 |
TA2 | 3358 |
FMA | 7203 |
দেহতাত্ত্বিক পৰিভাষা |
বন্ধ কৰক