সূৰ্যবংশৰ ৰজাবিলাকৰ কুলপুৰোহিত আছিল বশিষ্ঠ মুনি।[2] বশিষ্ঠ মুনিৰ পুত্ৰ আছিল শক্তি আৰু সেই শক্তিৰেই পুত্ৰ আছিল পৰাশৰ (ইংৰাজী: Parashara; সংস্কৃত: पराशर
)।[3] সত্যৱতী বা মৎস্যগন্ধাৰ পুত্ৰ ব্যাসৰ পিতৃ আছিল পৰাশৰ।
ক্ষিপ্ৰ তথ্য পৰাশৰ, তথ্য ...
পৰাশৰ |
---|
তথ্য |
---|
পৰিয়াল |
শক্তি মহৰ্ষি (পিতৃ) Adrushyanti (মাতৃ)[1] |
---|
সন্তান |
বেদব্যাস |
বন্ধ কৰক