দ্য বিটল্চ
From Wikipedia, the free encyclopedia
দ্য বিটল্চ (ইংৰাজী: The Beatles) আছিল এটা প্ৰসিদ্ধ আমেৰিকান ৰকবেণ্ড। ১৯৬০ চনত লিভাৰপুলত এই বেণ্ডটো গঠিত হৈছিল। বেণ্ডৰ গুৰি ধৰিছিল জন লেনন, প'ল মেককাৰ্টনি, জৰ্জ হেৰিছন আৰু ৰিংগো ষ্টাৰে। তেওঁলোকক প্ৰায়েই "সৰ্বকালৰ সবাতোকৈ প্ৰভাৱশালী বেণ্ড" হিচাপে আখ্যায়িত কৰা হয়।[1] এই দলটোৱে পপ সংগীতৰ উত্থান আৰু বিৱৰ্তনত অসামান্য বৰঙনি আগবঢ়াইছিল আৰু পপ সংগীতক এক কলাৰ মৰ্যাদা প্ৰদান কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। ১৯৬০ চনত উদ্ভৱ হোৱা বিপৰীত সংস্কৃতি (Counterculture)-ৰ বিকাশতো দ্য বিটল্চৰ অৰিহণা আছিল। [2]
ক্ষিপ্ৰ তথ্য দ্য বিটল্চ, প্ৰাথমিক তথ্য ...
দ্য বিটল্চ | |
---|---|
১৯৬৪ চনৰ ফেব্ৰুৱাৰীত দ্য বিটল্চ: ওপৰশাৰীৰ বাঁওফালৰপৰা ঘড়ীৰ কাঁটাৰ দিশত ক্ৰমে; জন লেনন, প'ল মেককাৰ্টনি, ৰিংগো ষ্টাৰ আৰু জৰ্জ হেৰিছন | |
প্ৰাথমিক তথ্য | |
মূল | লিভাৰপুল, ইংলেণ্ড |
সংগীতৰ প্ৰকাৰ |
|
কাৰ্যকাল | ১৯৬০-৭০ |
ৰেকৰ্ড লেবেল |
|
সহযোগী |
|
ৱেবছাইট | thebeatles |
পূৰ্বৰ সদস্য | |
|
বন্ধ কৰক