দুৰ্গামায়ী বৰা
From Wikipedia, the free encyclopedia
দুৰ্গামায়ী বৰা অসমৰ এগৰাকী জনপ্ৰিয় গায়িকা৷ তেওঁ সংগীত চৰ্চ্চাৰ উপৰিয়ো একাধিক নাটকত অভিনয়ো কৰিছিল৷ তেওঁ পেচাত এগৰাকী সংগীতৰ সহকাৰী শিক্ষক৷
এই প্ৰবন্ধটো দুৰ্গাময়ী বৰা নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |