জিলেণ্ডিক
From Wikipedia, the free encyclopedia
জিলেণ্ডিক ভাষা জিলেণ্ডৰ ওলন্দাজ অঞ্চলত আৰু দক্ষিণ হ'লেণ্ডত কথিত এক আঞ্চলিক ভাষা। যদিও ইয়াক প্ৰায় ওলন্দাজ ভাষাৰ উপভাষা হিচাপে অভিহিত কৰা হয়, উচ্চাৰণ, ব্যাকৰণ আৰু শব্দ-সম্ভাৰৰ ভালেমান অমিলে পাকৈত নোহোৱা ওলন্দাজ কথনকাৰীৰ বাবে জিলেণ্ডিক বুজা কষ্টকৰ কৰি তুলে। ভাষাগতভাৱে ই পশ্চিম ফ্লেমিছৰ এক উপভাষা।[3]
ক্ষিপ্ৰ তথ্য জিলেণ্ডিক, থলুৱা অঞ্চল ...
জিলেণ্ডিক | |
---|---|
Zeêuws | |
থলুৱা অঞ্চল | নেডাৰলেণ্ডচ |
স্থানীয় ভাষিক |
(undated figure of 220,000)[1] |
ভাষা পৰিয়াল |
ভাৰতীয়-ইউৰোপীয়
|
লিখন প্ৰণালী | জিলেণ্ডিক (লেটিন লিপি) |
ভাষা সংকেত | |
ISO 639-3 | zea |
গ্লোটোলগ | zeeu1238 [2] |
লিংগোৱাস্ফেয়াৰ | 52-ACB-af |
Distribution of Zeelandic (blue) in the Low Countries | |
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে। |
বন্ধ কৰক