জামাল আহমেদ ষাশ্বকজী
From Wikipedia, the free encyclopedia
জামাল আহমেদ ষাশ্বকজী ( আৰবী: جمال أحمد خاشقجي ) , এজন চৌদি আৰবীয় সাংবাদিক, লেখক আৰু আল-আৰব নিউজ ছেনেলৰ এজন প্ৰাক্তন মহাপ্ৰবন্ধক আৰু মুখ্য সম্পাদক।[5] চৌদি আৰবীয় ৰাজতন্ত্ৰ , বিশেষকৈ চৌদি আৰবৰ ৰজা ছলমান আৰু হ'বলগীয়া ৰজা ৰাজকুমাৰ মহম্মদ-বিন- ছলমানৰ ঘোৰ সমালোচক ষাশ্বকজীক চৌদি আৰব ৰাজতান্ত্ৰিক চৰকাৰৰ নিৰ্দেশ মতে তুৰস্কৰ ইষ্টানবুল চহৰত থকা চৌদি আৰবৰ দূতাৱাসৰ ভিতৰত হত্যা কৰা হৈছে বুলি সন্দেহ কৰা হৈছে।
ক্ষিপ্ৰ তথ্য জামাল আহমেদ ষাশ্বকজী, জন্ম ...
জামাল আহমেদ ষাশ্বকজী | |
---|---|
ষাশ্বকজী ২০১৮ চনত | |
জন্ম | জামাল আহমেদ ষাশ্বকজী[1] ১৩ অক্টোবৰ, ১৯৫৮[2] মদিনা, চৌদি আৰব |
মৃত্যু | ২ অক্টোবৰ, ২০১৮[3] তুৰ্কীৰ ইষ্টানবুল চহৰ |
বাসগৃহ | আমেৰিকা যুক্তৰাজ্য[4] |
ৰাষ্ট্ৰীয়তা | চৌদি আৰবীয় |
শিক্ষানুষ্ঠান | ইণ্ডিয়ানা চৰকাৰী বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাজ্য |
পেচা | সাংবাদিক, লেখক,স্তম্ভ লেখক |
দাম্পত্যসঙ্গী | ৰাৱয়িয়া-অল-টুনিচি |
সন্তান | ৪[1] |
ৱেবছাইট | |
jamalkhashoggi |
বন্ধ কৰক