ছেইণ্ট পিটাৰ্ছ বেছিলিকা
From Wikipedia, the free encyclopedia
ছেণ্ট পিটাৰছ বেছিলিকা (ইংৰাজী: St. Peter's Basilica) হ'ল ভেটিকান চিটিৰ আটাইতকৈ প্ৰখ্যাত গিৰ্জা। ৰোম মহানগৰীৰ ভিতৰতে ভেটিকান হ'ল এখন ক্ষুদ্ৰ স্বাধীন ৰাষ্ট্ৰ। ৰোমান কেথলিকসকলৰ প্ৰধান ধৰ্মগুৰু পোপে ইয়াত বাস কৰে আৰু তেৱেঁই ভেটিকানৰ প্ৰশাসনৰো মুৰবী।[1]
ক্ষিপ্ৰ তথ্য ছেইণ্ট পিটাৰ্ছ বেছিলিকা, সাধাৰণ তথ্য ...
ছেইণ্ট পিটাৰ্ছ বেছিলিকা | |
---|---|
সাধাৰণ তথ্য | |
স্থান | ভেটিকান চিটি |
ভৌগোলিক স্থানাংক | 41°54′8″N 12°27′12″E |
ধৰ্মীয় আনুগত্য | ৰোমান কেথলিক |
Rite | ৰোমান |
অভিষেক বৰ্ষ | 1626 |
Ecclesiastical or organizational status | Major basilica |
স্থাপত্য সম্পৰ্কীয় বৰ্ণনা | |
স্থপতিবিদ |
|
স্থাপত্য শৈলী | Renaissance and Baroque |
আৰম্ভ | ১৮ এপ্ৰিল ১৫০৬ (1506-04-18) |
সম্পূৰ্ণ | ১৮ নৱেম্বৰ ১৬২৬ (1626-11-18) |
নিৰ্দিষ্টকৰণ | |
দৈৰ্ঘ্য | ৭৩০ ফুট (220 মিটাৰ) |
প্ৰস্থ | ৫০০ ফুট (150 মিটাৰ) |
উচ্চতা (অধিক) | ৪৫২ ফুট (138 মিটাৰ) |
গুম্বচৰ সাঁচ (বাহিৰ) | ১৩৭.৭ ফুট (42.0 মিটাৰ) |
গুম্বচৰ সাঁচ (ভিতৰ) | ১৩৬.১ ফুট (41.5 মিটাৰ) |
বন্ধ কৰক
এই গিৰ্জাৰ স্থানত আগতে আন এটা গিৰ্জা আছিল আৰু জনশ্ৰুতিমতে প্ৰথম পোপ ছেণ্ট পিটাৰছৰ (মৃত্যু ৬৭ খ্ৰিষ্টাব্দ) সমাধিৰ স্থান তাতেই আছিল। ১৫০৬ চনত পোপ দ্বিতীয় জুলিয়াছে ছেণ্ট পিটাৰছ বেছিলিকাৰ কাম আৰম্ভ কৰে আৰু ১৬১৫ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হয়।[1]