চাহ
সুগন্ধযুক্ত আৰু স্বাদবিশিষ্ট এবিধ পানীয় / From Wikipedia, the free encyclopedia
চাহ (ইংৰাজী: Tea) হৈছে সুগন্ধযুক্ত আৰু স্বাদবিশিষ্ট এবিধ পানীয়। গৰম পানী আৰু চাহ গছৰ পাতৰ পৰা তৈয়াৰ কৰা হয়। ব্যক্তিবিশেষৰ সোৱাদ অনুসৰি ইয়াৰ লগত আন সামগ্ৰী, যেনে : চেনি, গাখীৰ আদিও সংযোগ কৰা হয়।
চাহ : অসমৰ অন্যতম পৰিচয় নামৰ প্ৰবন্ধ এই প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
এই প্ৰবন্ধটো পানীয় বিধৰ বিষয়ে। গছজোপাৰ বাবে চাহ গছ চাওক।
ক্ষিপ্ৰ তথ্য প্ৰকাৰ, উৎপত্তিৰ দেশ ...
ভাৰতীয় উপমহাদেশৰ জনপ্ৰিয় মছলা চাহ, ছবিত ইয়াক বিস্কুটৰ লগত পৰিবেশন কৰা দেখা গৈছে | |
প্ৰকাৰ | গৰম বা ঠাণ্ডা পানীয় |
---|---|
উৎপত্তিৰ দেশ | চীন |
প্ৰচলন হয় | প্ৰায় খ্ৰীষ্টপূৰ্ব দশম শতিকাত[1] |
ৰং | প্ৰস্তুত প্ৰণালী অনুসৰি বিভিন্ন ৰঙৰ হয় |
বন্ধ কৰক
পানীৰ পিছতে চাহ হৈছে বিশ্বৰ আটাইটকৈ বেছি সেৱন কৰা পানীয়।[2]