কেঁচু
অমেৰুদণ্ডী বলয়ী প্ৰাণী / From Wikipedia, the free encyclopedia
কেঁচু (ইংৰাজী: Earth-Worm; বৈজ্ঞানিক নাম: Lumbricus terrestris) এবিধ অমেৰুদণ্ডী বলয়ী প্ৰাণী। ইহঁতে সাধাৰণতে কোমল, বেছি পৰিমাণে হিউমাচ থকা চহ কৰা মাটিত ৩০ৰ পৰা ৪৫ ছেণ্টিমিটাৰ দ গাঁত কৰি বাস কৰে। কলগছ, বন্ধাকবি, আৰু শাক-পাচলিৰ পাতৰ তলতো ইহঁতক দেখা যায়। পঁচা পাত, জাবৰ, সৰু প্ৰাণীৰ মৃতদেহ ইহঁতৰ খাদ্য।
ক্ষিপ্ৰ তথ্য কেঁচু, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
কেঁচু | |
---|---|
Lumbricus terrestris, সচৰাচৰ দেখা কেঁচুৰ প্ৰজাতিবিধ | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Annelida |
শ্ৰেণী: | Clitellata |
বৰ্গ: | Haplotaxida |
উপবৰ্গ: | Lumbricina Hermann Burmeister, 1837 |
পৰিয়াল | |
|
বন্ধ কৰক